• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাওত অসমৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী জে বি হাগজেৰৰ জন্ম বাৰ্ষিকী উদযাপন

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 2, 2018 6:37 pm
120
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন ডিমা হাচাওৰ নিৰ্মাতা জয় ভদ্ৰ হাগজেৰৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকী আজি সমগ্ৰ ডিমা হাচাও জিলাৰ লগতে সদৰ হাফলঙৰ কালচাৰেল হল ইনস্টিটিউটত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত উলহ মালহৰে উদযাপন কৰা হয়।

উদযাপন অনুষ্ঠানটোত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লচা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জে বি হাগজেৰৰ পুত্ৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ সন্মানীয় অতিথি হিচাপে থাকে।

Apply Now

ইয়াৰোপৰি স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা, ডিমা হাচাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱা, ডিমাচা এপেক্স বডি জে এন এইচ সভাপতি কল্যাণ দাওলাগুপু প্ৰমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে জে বি হাগজেৰৰ প্ৰতিকৃতিত মুখ্য অতিথি চি ই এম দেবলাল গাৰ্লচায় পুষ্পাৰ্ঘ নিবেদনৰ লগতে বন্তি প্ৰজ্জ্বলন কৰে। অনুষ্ঠানটোত চি ই এম গাৰ্লচাৰ লগতে জিলা উপায়ুক্ত ৰাজখোৱা জে বি হাগজেৰৰ পুত্ৰ বীৰভদ্ৰ হাগজেৰ, পৰিষদৰ অধ্যক্ষা ৰাণু লাঙঠাচা প্ৰমুখ্যে ব্যক্তিসকলে বক্তব্য ৰাখে।

জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই অসমৰ প্ৰথমগৰাকী শিক্ষা মন্ত্ৰী হাগজেৰৰ কৰ্ম তথা ৰাজনৈতিক জীৱনৰ ওপৰত আলোকপাত কৰি কয় যে হাগজেৰ এগৰাকী বিৰল ব্যক্তিত্ব আছিল। তেওঁৰ একান্ত প্ৰচেষ্টাতে পাৰ্বত্য জিলাখনৰ গ্ৰামাঞ্চলত প্ৰাথমিক বিদ্যালয় গঢ়ি উঠে।

বিধায়ক পুত্ৰ বি বি হাগজেৰে কয় যে তেওঁৰ পিতৃয়ে সদায় জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে চিন্তা কৰিছিল। তেওঁ নব প্ৰজন্মক জে বি হাগজেৰৰ আদৰ্শ অনুসৰণ কৰি আগুৱাই যোৱাৰ আহ্বান জনায়।

১৯৫২ চনত পাৰ্বত্য পৰিষদৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত হাগজেৰে নিজে চি ই এম পদ এৰি সেই পদ চি এইচ খটলাঙক দিয়াৰ কথা উল্লেখ কৰি জে এন এইচৰ সভাপতি কল্যাণ দাওলাগুপুই জে বি হাগজেৰক ডিমা হাচাওৰ মহাত্মা গান্ধী বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ১৯১৪ চনৰ ২ এপ্ৰিলত হাফলং সমীপৱৰ্ত্তী নানাদিচা গাঁৱত জন্মগ্ৰহণ কৰা হাগজেৰ ডিমা হাচাও জিলাৰ প্ৰথম স্নাতক আছিল। ইয়াৰোপৰি তেওঁ গোপীনাথ বৰদলৈৰ নেৰ্তৃত্ব গঠন হোৱা স্বাধীন অসমৰ প্ৰথম মন্ত্ৰী সভাৰ শিক্ষামন্ত্ৰী আছিল।

ডিমা হাচাও জিলা কংগ্রেস কমিটিৰ ফালৰ পৰাও হাগজেৰৰ ১০৪ সংখ্যক জন্ম বাৰ্ষিকীৰ আয়োজন কৰা হয়। ইয়াৰ উপৰি মাইবাঙ, উমৰাঙচু, দিয়ুঙব্ৰা, লাঙটিঙ, হাতিখালী আদি ঠাইত জে বি হাগজেৰক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল কেজৰিৱালৰ নাম? SIR-ত ‘আনমেপড’ আপৰ মুৰব্বীৰ গোটেই পৰিয়াল

September 20, 2026 7:50 am
অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd