• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“প্ৰকৃতি আৰু মানৱতা ৰক্ষা”, সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিও- এ মুহিছে জনতাৰ মন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2021 5:13 pm
"Saving Nature and Humanity" a video viral on social media
322
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত ভাইৰেল হৈছে এটি সৰু ভিডিও। এই সৰু ভিডিওটোৱে মুহিছে জনসাধাৰণৰ মন।

এটা হাতীৰ পোৱালীক মাকৰ সৈতে পুনৰ মিলিত কৰাৰ এক হৃদয়স্পৰ্শী ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যাৰ ফলত বহুতো লোক আৱেগিক হৈ পৰিছে।

ভাৰতীয় বন বিষয়া সুধা ৰমেনৰ এটা টুইট অনুসৰি তামিলনাডুৰ এটা বনৰক্ষীৰ দলে আঘাতপ্ৰাপ্ত হাতী পোৱালীটো উদ্ধাৰ কৰে আৰু তাৰ পিছত পোৱালীটোক সুৰক্ষিতভাৱে ইয়াৰ মাকৰ ওচৰলৈ লৈ যায়।

#Hope #Happiness হেচটেগৰ সৈতে শ্বেয়াৰ কৰা ৪৫ ছেকেণ্ডৰ ভিডিও ক্লিপটোত হাতী পোৱালীটোক উদ্ধাৰকাৰী দলৰ সৈতে খোজ কাঢ়ি গৈ থকা দেখা গৈছে।

টুইটাৰত শ্বেয়াৰ কৰা সৰু ভিডিওটোৰ সৈতে বন বিষয়া সুধাই লিখে, “এই সৰু পোৱালীটোৱে আনন্দেৰে তামিলনাডু বনৰ বনকৰ্মী দলৰ Z+ নিৰাপত্তাৰে সুৰক্ষিত হৈ মাতৃৰ সৈতে পুনৰ মিলিত হ’বলৈ খোজ কাঢ়ে। পোৱালীটো অকলশৰীয়া অৱস্থাত পোৱা গৈছিল আৰু আঘাতপ্ৰাপ্ত আছিল। তামিলনাডু বনৰক্ষীৰ দলে কণমানিটোক উদ্ধাৰ কৰি চিকিৎসা কৰে আৰু মাকৰ সৈতে মিলিত কৰিবলৈ লৈ যায়।”

 

This little calf happily walks to get reunited with its mother guarded with Z+ security of the Tamilnadu Foresters team.

Earlier the calf was found alone & injured. TN forest team rescued, treated and escorts the little one to join with the mother. #Hope #Happiness pic.twitter.com/7vFxRr03IP

— Sudha Ramen IFS 🇮🇳 (@SudhaRamenIFS) October 6, 2021

সুধাৰ এই সৰু ভিডিওটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

অনলাইনত শ্বেয়াৰ কৰাৰ পিছত ক্লিপটো ১০,০০০ ৰো অধিক লোকে দৰ্শন কৰিছে।

বন বিষয়াসকলক এই কৰ্মৰ বাবে বহুলোকে প্ৰশংসা কৰিছে।

ভাইৰেল ক্লিপটোৰ সম্পৰ্কত বিভিন্নজনে মন্তব্য কৰিছে। তাৰে এজনে লিখিছে, “বন ৰক্ষীৰ ওপৰত হাতী পোৱালীটোৰ বিশ্বাসে আমাক বিশ্বব্ৰহ্মাণ্ডত ইতিবাচকতাৰ শ্ৰেষ্ঠতাত বিশ্বাস কৰিবলৈ অনুপ্ৰাণিত কৰে।”

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd