• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিক্ৰী হ’ল এয়াৰ ইণ্ডিয়া, টাটাই লাভ কৰিলে এয়াৰ ইণ্ডিয়াৰ নিবিদা

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 8, 2021 5:33 pm
Air India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ সকলো ৰাজহুৱা সম্পদ পুঁজিপতিৰ হাতত এটা এটাকৈ তুলি দিয়াৰ পাছত মোদী চৰকাৰে এইবাৰ বিক্ৰী কৰিলে ৰাষ্ট্ৰীয় বিমান সেৱা এয়াৰ ইণ্ডিয়া।

শুকুৰবাৰে মুম্বাইস্থিত টাটা গ্ৰুপে লাভ কৰিছে এয়াৰ ইণ্ডিয়াৰ নিবিদা। টাটা গ্ৰুপে ১৮,০০০ কোটি টকাৰ বিজয়ী নিবিদা ৰাখিছিল।

এয়াৰ ইণ্ডিয়াৰ লগত টাটা গ্ৰুপৰ ওপৰত প্ৰায় ১৫,৩০০ কোটি টকাৰ ঋণলব্ধ হ’ব বুলি জনাইছে বিনিয়োগ আৰু ৰাজহুৱা সম্পদ ব্যৱস্থাপনা বিভাগৰ সচিব তুহিন কান্তা পাণ্ডেয়ে। বাকী ২,৭০০ কোটি টকা চৰকাৰক নগদ ধনপৰিশোধ কৰিব টাটা গ্ৰুপে।

এই বছৰৰ ডিচেম্বৰৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সমাপ্ত হ’ব বুলি আশা কৰা হৈছে।

Apply Now

বিক্ৰীৰ পৰিসৰত এয়াৰ ইণ্ডিয়াত চৰকাৰৰ ১০০ শতাংশ অংশ আৰু কম ব্যয়ৰ এয়াৰলাইন এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ লিমিটেডত এয়াৰলাইনৰ ১০০ শতাংশ আৰু এয়াৰ ইণ্ডিয়া এণ্ড ছিংগাপুৰ এয়াৰপৰ্ট টাৰ্মিনেল চাৰ্ভিছেচ(SATS) এয়াৰপৰ্ট চাৰ্ভিচেছ প্ৰাইভেট লিমিটেডত ৫০ শতাংশ অংশীদাৰীত্ব অন্তৰ্ভুক্ত আছে।

যোৱা মাহত ৰখা এয়াৰ ইণ্ডিয়াৰ বিত্তীয় নিবিদাত টাটা গ্ৰুপে স্পাইচজেটৰ প্ৰচাৰক অজয় সিঙক অতিক্ৰম কৰিছিল। অজয় সিং কনচৰ্টিয়ামে ১৫,১০০ কোটি টকা নিবিদা দাখিল কৰিছিল।

এই মাহৰ আৰম্ভণিতে দুয়োজন নিবিদাকাৰীৰ প্ৰতিনিধিসকলক দুবাৰকৈ বৈঠকৰ বাবে আহ্বান জনোৱা হৈছিল। এই বৈঠকত এয়াৰ ইণ্ডিয়াৰ বিভিন্ন দায়বদ্ধতাৰ বিষয়ে দীৰ্ঘম্যাদী দৃষ্টিভংগী লোৱাত সহায় কৰিবলৈ আৰু সেই অনুসৰি পুঁজিৰ পৰিকল্পনা কৰাত সহায় কৰিবলৈ শ্বেয়াৰ-ক্ৰয় চুক্তিৰ বিষয়ে আলোচনা কৰা হৈছিল।

এই সিদ্ধান্তটো এয়াৰ ইণ্ডিয়া স্পেচিফিক অলটাৰ্নেটিভ মেকানিজম(AISAM)ৰ দ্বাৰা অনুমোদন জনোৱা হৈছে। ই হৈছে গৃহ মন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত মন্ত্ৰীৰ এটা গোট যাক এয়াৰলাইনৰ বিবিনিয়োগৰ বিষয়ে সিদ্ধান্ত ল’বলৈ গঠন কৰা হৈছিল।

গৃহমন্ত্ৰীৰ উপৰিও, AISAM ত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া সদস্য হিচাপে আছে।

২০০১ আৰু ২০১৮ চনত দুটা অসফল চেষ্টাৰ পিছত ৰাষ্ট্ৰীয় বিমান সেৱটো বিক্ৰী কৰাৰ এইটো ভাৰত চৰকাৰৰ তৃতীয় প্ৰয়াস আছিল।

দ্বিতীয় প্ৰচেষ্টাত লোকচানত থকা এয়াৰলাইনৰ বাবে এটাও নিবিদা দিয়া হোৱা নাছিল। সেয়ে কেন্দ্ৰই বিক্ৰীৰ বাবে প্ৰয়োজনীয় মাপকাঠিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সৈতে যোৱা বছৰৰ আৰম্ভণিতে এয়াৰ ইণ্ডিয়াক পুনৰ বিক্ৰীৰ চৰ্চালৈ আনিছিল।

উল্লেখ্য যে ১৯৩২ চনত টাটা গ্ৰুপে এয়াৰ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল। ১৯৫৩ চনত ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ইয়াৰ পিছত টাটাই বিগত কেইবাটাও সময়ত এয়াৰলাইন অধিগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

পত্নীৰ ইচ্ছাৰ বিৰুদ্ধে যৌন সম্পৰ্ক স্থাপন কৰাটো অপৰাধ নহয় নেকি? সৰ্বোচ্চ ন্যায়ালয়ত চলিছে তীব্ৰ আইনী যুঁজ

September 9, 2026 6:55 pm
গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

গাঁও আৰু চহৰৰ মাজত বাঢ়িছে মজুৰিৰ বৈষম্য: মূল্যবৃদ্ধিয়ে কোঙা কৰিছে গ্ৰাম্য অৰ্থনীতিক

September 9, 2026 5:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd