• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Street play at Delhi: অসমৰ “বাটৰ নাটে” মন মুহিলে দিল্লীৰ কৃষক আন্দোলনত ভাগ লোৱা হাজাৰ হাজাৰ লোকৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 10, 2021 4:30 pm
Street play at Delhi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ দিল্লীত উপস্থিত হৈ কৃষক আন্দোলনৰ প্ৰতি স্পষ্ট সমৰ্থন আগবঢ়োৱা তথা অসমৰ কৃষকৰ সমস্যাক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব পৰাকৈ দিল্লীৰ কৃষক আন্দোলনৰ নেতৃবৰ্গ আৰু কেইবাখনো ৰাজ্যৰ কৃষক সংগঠনৰ লগত আলোচনাত মিলিত হয় জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধিয়ে।

শনিবাৰে জীপাল কৃষক শ্ৰমিক সংঘৰ প্ৰতিনিধি তথা জীপালৰ গণ সাংস্কৃতিক বাহিনীয়ে গাজিপুৰস্থিত অস্থায়ী কৃষক চাউনিৰ মুক্তাঞ্চলত পৰিবেশন কৰে এক শক্তিশালী বাটৰ নাট “অজেয় কৃষক”।

Apply Now

নাটখনিৰ সামগ্রিক পৰিকল্পনা কৰিছে কৃষক নেতা তথা গণ সাংস্কৃতিক কৰ্মী সোণেশ্বৰ নৰহে আৰু নাট্যৰূপ-পৰিচালনা কৰিছে কবি-নাট্যকৰ্মী তথা সাংবাদিক পল্লৱ হাজৰিকাই।ৰচনা “অজেয় কৃষক” শীর্ষক বাটৰ নাটখনি শাসনাধিষ্ঠ বিজেপি চৰকাৰখনৰ কৃষক বিৰোধী নীতি, চৰম ৰাষ্ট্ৰ সন্ত্ৰাস আৰু ৰাজ্য সমুহত ক্ৰমবৰ্ধমান চৰকাৰী আশীষধন্য গুণ্ডাবাহিনীৰ ব্যাপক অত্যাচাৰৰ এক স্পষ্ট ছবি প্ৰতিফলিত কৰা হয় বাটৰ নাটখনিত।

নাটখনৰ অভিনয়ত আছিল বিজু চাওঁতাল, ভৰত চাহু, দেৱ পেগু, পুতুল নৰহ আৰু পল্লৱ হাজৰিকা।সংগীত- দ্ৰোণ পাটগিৰি আৰু অমিৰ কৰ্মকাৰৰ আৰু পৰিবেশনা সহায়ক হিচাপে আছিল মেহনুৰ নুৰী আৰু নেশ্যনেল এলায়েন্স অৱ পিপুলছ ম’ভমেণ্টৰ গাজিপুৰৰ সমন্বয়ক সুৰেন্দৰ কুমাৰ আৰু জীপালৰ ৰাহুল।

উল্লেখযোগ্য যে, দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক সংগঠন সমুহৰ প্ৰতিনিধি উপস্থিত থকা গাজিপুৰস্থিত মুকলি মঞ্চৰ চৌহদত পৰিবেশিত হোৱা নাটখনে দিল্লীৰ কৃষক আন্দোলত দেশৰ সমস্যাজৰ্জৰ কৃষক ৰাইজক অধিক শক্তশালী ৰূপত সংগঠিত হোৱাত সহায় কৰিব বুলি মত প্ৰকাশ কৰে উপস্থিত কৃষক সংগঠনৰ প্ৰতিনিধিসকলে।

Latest News: দেশৰ ৭৭ খন চহৰত অনুষ্ঠিত UPSC Prelims 2021 পৰীক্ষা

লগতে অখিল ভাৰতীয় প্ৰগতিশীল মহিলা এচচিয়েশ্যনৰ নেত্ৰী মালা দেৱীয়ে কয়-“অসমৰ নাট্যকৰ্মী সকলে পৰিবেশন কৰা অত্যন্ত বাস্তৱিক নাটকখনে আমাক অভিভূত কৰাৰ লগতে দেশৰ বাবেই এক শক্তশালী বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে, ই কৃষক আন্দোলনৰ শক্তিবৃদ্ধি কৰাত নিশ্চিত ভাৱেই সহায় কৰিব।”

আনহাতেদি সন্ধ্যা কৃষক আন্দোলনৰ ওপৰত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰ্যালোচনা সভাখনতো অংশ লয় অসমৰ জীপালৰ প্ৰতিনিধিবৰ্গই।

অখিল ভাৰতীয় কৃষক ইউনিয়নৰ অধ্যক্ষ ৰাকেশ টিকেট ডাঙৰীয়াৰ সঞ্চালনাত বহা পৰ্যালোচনাত কৃষক আন্দোলনৰ প্ৰসাৰতাৰ সন্দৰ্ভত কৰণীয় দিশসমূহে প্ৰাধান্যতা লাভ কৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

“এনে সাহস কেনেকৈ হ’ল?” প্ৰতিবাদকাৰী ছাত্ৰলৈ জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ৰোষত নয়ডাৰ দণ্ডাধীশ

September 9, 2026 3:59 pm
সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd