• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যালয় শিক্ষাক ন ৰূপেৰে সজাবলৈ জাপানী প্ৰতিষ্ঠানেৰে সহযোগিতা ‘চুপাৰ ৩০’ খ্যাত আনন্দ কুমাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 8:10 pm
Super 30's Anand Kumar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিক্ষাৰ্থীসকলৰ বাবে উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানেৰে বিদ্যালয় শিক্ষাক পুনৰ সংজ্ঞায়িত কৰাৰ উদ্দেশ্যে চুপাৰ ৩০-ৰ প্ৰতিষ্ঠাপক আৰু গণিতজ্ঞ আনন্দ কুমাৰে এক অনলাইন জাপানী প্ৰতিষ্ঠানৰ সৈতে সহযোগিতা আগবঢ়াব।

এক প্ৰেছ বিবৃতি অনুসৰি যোৱা বছৰ স্থাপিত জাপানী প্ৰতিষ্ঠান ‘I’m beside you’- এ জাপানত আনন্দ কুমাৰৰ জনপ্ৰিয়তাৰ পিছত বিশ্বব্যাপী লাখ লাখ শিক্ষাৰ্থীৰ কাষলৈ কুমাৰৰ শিক্ষাদানৰ দক্ষতা বিস্তাৰৰ পৰিকল্পনা কৰিছে।

বিবৃতিটোত উল্লেখ কৰা হৈছে যে প্ৰতিষ্ঠানটোৱে প্ৰতিজন ব্যক্তিৰ ব্যক্তিত্ব অনুসৰি অনলাইন মাধ্যমেৰে শিক্ষা প্ৰদান কৰে আৰু সমগ্ৰ সমাজক এক সীমাহীন বিদ্যালয় তৈয়াৰ কৰাৰ উদ্দেশ্যৰে সমগ্ৰ বিশ্বৰ পৰা সৰ্বশ্ৰেষ্ঠ শিক্ষাদানৰ শিক্ষাবিদৰ সহায়েৰে প্ৰতিজন ব্যক্তিক এক অনন্য আৰু অপৰিৱৰ্তনীয় ব্যক্তি হিচাপে সেৱা আগবঢ়াইছে।

”শিক্ষাৰ্থীসকলৰ ওচৰলৈ যোৱাৰ অনন্য পদক্ষেপৰ বাবে আনন্দ কুমাৰক সহযোগী হিচাপে লোৱা হৈছে। ই জাপান-ভাৰত সহযোগিতাৰ প্ৰতীক। এই প্ৰকল্পৰ জৰিয়তে দুটা জাপানী প্ৰতিষ্ঠানে বিশ্ববিখ্যাত শিক্ষাবিদ আনন্দ কুমাৰৰ সৈতে সহযোগিতা কৰে” ‘I’m beside you’ ৰ সভাপতি ৱাটাৰু কামিয়াই কয়।

Apply Now

“ইয়াৰ উপৰিও, আমি ভাৰতক বিশ্বব্যাপী সেৱা বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আধাৰ হিচাপে স্থান দিছো। আমি ভাৰতৰ ১.৪ বিলিয়ন লোকক সেৱা প্ৰদানৰ ব্যৱস্থা কৰিম। আনন্দ কুমাৰৰ সৈতে এয়া এক গুৰুত্বপূৰ্ণ সহযোগিতা।” তেওঁ বিবৃতিটোত কয়।

‘I’m beside you’ ৰ মুখ্য উদ্দেশ্য হৈছে সামগ্ৰিকভাৱে সমাজক এখন বিদ্যালয় তৈয়াৰ কৰা।

আনন্দ কুমাৰ তেওঁৰ অগ্ৰণী ”চুপাৰ ৩০” উদ্যোগৰ বাবে বিশ্বব্যাপী প্ৰশংসিত। চুপাৰ ৩০ -এ ভাৰতৰ অত্যন্ত কঠিন প্ৰতিযোগিতামূলক IIT প্ৰৱেশ পৰীক্ষাৰ বাবে সুবিধাবঞ্চিত দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সফলতা প্ৰদানৰ কৰাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

নেপালৰ ভয়ংকৰ বানত মৃতক চিনাক্তকৰণৰ চেষ্টা : কাঠমাণ্ডুত ১২০০ ডিএনএ নমুনাৰ ওপৰত কাম ভাৰতীয় ফৰেনছিক দলৰ

September 9, 2026 11:00 am
হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

হোটেল বিচাৰি হাহাকাৰ পৰ্যটকৰ, এৰাতিৰ মূল্য ২ লাখতকৈও অধিক: দিল্লীত কিয় বৃদ্ধি পাইছে হোটেলৰ ভাড়া?

September 9, 2026 10:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd