• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

Strategic Sela tunnel নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠাৰ পথত অৰুণাচলৰ টাৱাং সংযোগী ছেলা সুৰংগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2021 11:05 am
Sela-tunnel

ছেলা সুৰংগ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Strategic Sela tunnel for Tawang অৰুণাচল প্ৰদেশত নিৰ্মাণৰত এটা কৌশলগত সুৰংগ নিৰ্মাণৰ কাম অহা ২০২২চনৰ জুনৰ নিৰ্দিষ্ট সময়সীমাৰ পূৰ্বে সম্পূৰ্ণ হৈ উঠাৰ বাবে সাজু হৈছে।

বাতৰি অনুসৰি, বৃহস্পতিবাৰে সূত্ৰসমূহে জানিবলৈ দিয়া মতে বতৰৰ বাধা-বিঘিনী অতিক্ৰমি টাৱাং ছেক্টৰৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত সেনা তথা অস্ত্ৰ-শস্ত্ৰ ক্ষিপ্ৰতাৰে উপস্থিত কৰাব পৰাকৈ এই সুৰংগ সহায়ক হ’ব।

২০১৮চনত চৰকাৰে ৭০০কোটি টকা ব্যয়সাপেক্ষ এই ছেলা  সুৰংগৰ কথা ঘোষণা কৰিছিল।

Apply Now

এইটো ১৩০০০ ফুটতকৈয়ো ওপৰৰ পৃথিৱীৰ আটাইতকৈ দীঘল দুটা পথৰ সুৰংগ আৰু যিকোনো বতৰতে টাৱাঙলৈ যাত্ৰা কমেও এঘন্টা সময় হ্ৰাস কৰিব।

প্ৰায় ১৪,০০০ফুটতকৈয়ো উচ্চতাৰ টাৱাঙৰ ছেলা পাছলৈ শীতৰ দিনত যোগাযোগৰ ক্ষেত্ৰত কেইবা দশকজুৰি সেনাৰ বাবে এক সামগ্ৰী কঢ়িওৱাৰ বৃহৎ প্ৰত্যাহ্বান হৈ আহিছে।

কমেও তিনিমাহ সময় মানুহৰ চলাচল, অস্ত্ৰ-শস্ত্ৰ, ৰছদ পাতিৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে।

বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে ছেলা প্ৰকল্পটোৰ নিৰ্মাণৰ কামত জড়িত হৈছে। ইয়াত তিনিটা সুৰংগৰ নিৰ্মাণ হৈছে-এটা মুখ্য সুৰংগ, এটা ৰক্ষাৰ বাবে পলায়নৰ সুৰংগ আৰু এটা হ্ৰস্ব তৃতীয় সুৰংগ। ইয়াৰ লগতে চলি আছে মুখ্য সুৰংগৰ সৈতে তৃতীয়টো সুৰংগৰ সংযোগী এটা পথৰ নিৰ্মাণ।

মুখ্য সুৰংগটো আৰু ৰক্ষাৰ বাবে পলায়নৰ সুৰংগটো দুয়োটাই ১,৫৫৫মিটাৰ দীঘল আৰু হ্ৰস্ব সুৰংগটো ৯৮০মিটাৰ দীঘল তথা পথটো হ’ব ১২০০ মিটাৰ জোৰা।

ছেলা সুৰংগটো অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত অৱস্থিত আৰু ই ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামজিক বিকাশো সুনিশ্চিত কৰিব।   

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm
নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

নিয়ন্ত্ৰণ হেৰুৱাই উৰণীয়া সেঁতুৰ পৰা তলত পৰিল বিলাসী BMW; পুৱাই দুৰ্ঘটনাত ৩ জনৰ মৃত্যু

September 20, 2026 2:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd