• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উপ নিৰ্বাচনত বাহুবল-ধনবল আৰু EVM টেম্পাৰিং কৰি জয়ী হ’ল বিজেপি : অখিল গগৈ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 3, 2021 3:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদ মেল সম্বোধন কৰে ।

উক্ত সংবাদমেলতে বিজেপি কেনেকৈ উপ নিৰ্বাচনত জয়ী হ’ল সেই কথা উল্লেখ কৰে গগৈয়ে।

তেওঁ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি কয় “এইবাৰ উপ নিৰ্বাচনত বাহু বল আৰু ধন বলৰ খতুৱাইছে বিজেপিয়ে ।EVM টেম্পাৰিং কৰি জয় হ’ল বিজেপি ।

নিৰ্বাচন আয়োগকো তেওঁলোকে ব্যবহাৰ কৰিছে, কিয়নো বাৰম্বাৰ নিৰ্বাচন আয়োগক বিজেপিৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।”

অখিল গগৈৰ মতে “বিজেপিৰ জয় প্ৰকৃত জয় নহয় । এয়া বাহু বলৰ জয় ।ইপিনে, এই নিৰ্বাচনত বিজেপিয়ে ৫০ কোটি টকা খৰচ কৰিছে বুলি গুৰুতৰ অভিযোগ তুলি অখিলে কয় “কিন্তু আমি সামান্য ধনেৰে নিৰ্বাচনত যুজ দিছিলোঁ ।”

২০২৬ ত বিজেপি ক পৰাভূত কৰাৰ বাবে ৰাইজৰ দলৰ প্ৰতিজন কাৰ্যকৰ্তাক কাম কৰাৰ আহ্বান অখিল গগৈৰ ।

ইপিনে, থাওৰা আৰু মৰিয়নি সমষ্টিত ৰাইজক ধন্যবাদ জনাই তেওঁ কয় “থাওৰাৰ ৰাইজৰ দলৰ কোনো সাংগঠনিক ভেটি নাছিল মাত্ৰ ৪১ টা দিন তাত সাংগঠনিক কাম কৰিবলৈ সুবিধা পাইছিলো তাৰ পাছত এই ভোট আমাৰ বাবে আশীৰ্বাদ ।”

“থাওৰা ত আমি পৰাজয় বৰণ কৰিলেও আমি ক‌ও এয়া ভবিষ্যত বিজয়ৰ আধাৰশিলা এই নিৰ্বাচন ।” অখিল গগৈয়ে এইদৰে কয়।

অখিলৰ মতে, উজনি অসমত ৰাইজৰ দল শক্তিশালী বিৰোধী হিচাপে পৰিগণিত হৈছে ।

উজনিত বিজেপি দল ৰ বিকল্প হিচাপে ৰাইজৰ দলক গ্ৰহণ কৰিছে।

 ২০২৪ ৰ লোকসভা নিৰ্বাচনতো প্ৰত্যাহ্বান জনাব ৰাইজৰ দলে ।

Apply Now
কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd