• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ উপলব্ধ হ’ল ৰন্ধন গেছৰ সৰবৰাহ স্বয়ংক্ৰিয়ভাবে বন্ধ কৰি দিব পৰা ৰেগুলেটৰ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 3, 2021 4:58 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটী প্ৰেছ ক্লাৱত আই জি টি নৰ্থ ইষ্ট (IGT Northeast) ৰ এখন সংবাদলে আয়োজন কৰা হয়।
উক্ত সংবাদমেলখনত আই জি টি নৰ্থ ইষ্টৰ প্ৰচাৰক হিতেশ দাসে সাংবাদিকক সম্বোধন কৰে।

সংবাদমেলত তেওঁ কয় “বর্তমান সময়ত আমি প্ৰায়ে ঘৰত ব্যৱহাৰ কৰা এল. পি. জি. চিলিণ্ডাৰৰ পৰা হোৱা দুৰ্ঘটনাবোৰ দেখা আৰু শুনা পাই আহিছো। যাৰ ফলত সম্পত্তিৰ ক্ষয়- ক্ষতিৰ লগতে বহু মানুহ বিকলাঙ্গ হৈছে আৰু মৃত্যুবৰণো কৰিবলগীয়া হৈছে।”

Apply Now

“তথাপিটো এল. পি. জি. (LPG) ব্যৱহাৰ নকৰাকৈ বৰ্তমান সময়ত কোনেও জীৱন যাপন কৰিব নোৱাৰে। সেয়েহে চৰকাৰৰ অনুমোদন লৈ আই. এছ. আই (ISI) স্বীকৃতিপ্রাপ্ত ভাৰতৰ হায়দৰাবাদত Integrated Gas Contoal Technology নামে এটি কোম্পানী প্রতিষ্ঠা কৰে। এই প্রতিষ্ঠানটোৱে IGT LPG Safety নামেৰে এটা ৰেগুলেটৰ প্রস্তুত কৰে।” সংবাদমেলত কয় প্ৰতিষ্ঠানটোৰ প্ৰচাৰক হিতেশ দাসে।

বহু আগৰে পৰা ভাৰতৰ বাহিৰে বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশত এই ৰেগুলেটৰটো ব্যৱহাৰ কৰি আহিছে বুলি তেওঁ জানিবলৈ দিয়ে।

এই ৰেণ্ডলেটৰটোৱে এল. পি. জি. (LPG) চিলিণ্ডাৰৰ পৰা হবলগীয়া দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণৰূপে সুৰক্ষা প্রদান কৰে বুলি তেওঁ জনায়।

তেওঁ আৰু কয় “যদি আমি ব্যৱহাৰ কৰা এল. পি. জি. চিলিণ্ডাৰ বা গেছৰ সংযোগ হোৱা নলী বা চৌকাত লিকেজ হয় তেনেহ’লে এই ৰেণ্ডলেটৰটোৱে চিলিণ্ডাৰৰ পৰা ওলোৱা গেছ স্বয়ংক্রিয়ভাবে বন্ধ কৰি দিয়ে”।

যাৰফলত হ’বলগীয়া দুৰ্ঘটনাৰপৰা হাত সাৰিব পাৰি বুলি তেওঁ সদৰী কৰে। তেওঁ লগতে কয় “অসমৰ লগতে উত্তৰ পূৱৰ সকলো অঞ্চলত এই ৰেগুলেটৰটো উপলব্ধ কৰিবৰ বাবে গুৱাহাটীৰ মালিগাঁওত উত্তৰ পূৱৰ মুখ্য কাৰ্য্যলয়টো স্থাপন কৰা হৈছে।

সবিশেষ জানিবৰ বাবে এই 6901413221 ফোন নম্বৰত যোগাযোগ কৰিব পাৰে বুলি তেওঁ জনায়।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

জীয়েকৰ সংসাৰ ভাঙি জোৱাইয়েকৰ ডিঙিত বৰমালা পিন্ধালে শাহুৱেকে : কানপুৰৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য

June 8, 2026 7:20 pm
ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

ৰামপুৰত নাট্য সাধক শুক্ৰাচাৰ্য ৰাভাৰ অষ্টম মৃত্যুবাৰ্ষিকী পালন, ‘ৰাখৰ বাহী’ নাট প্ৰদৰ্শন

June 8, 2026 8:01 pm

What Makes Modern Online Casinos So Popular

June 8, 2026 7:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd