• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Reservation in Private Jobs অসম চৰকাৰৰ সাহস হ’বনে? বেচৰকাৰী চাকৰিত স্থানীয় প্ৰাৰ্থীৰ বাবে ৭৫শতাংশ সংৰক্ষণ কৰিলে এইখন ৰাজ্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 7, 2021 1:19 pm
Reservation in Private jobs

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Reservation in Private Jobs বেচৰকাৰী চাকৰিসমূহত স্থানীয় প্ৰাৰ্থীৰ বাবে ৭৫শতাংশ পদ সংৰক্ষণ থাকিব লাগিব। অহা বছৰৰ ১৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব হাৰিয়ানা চৰকাৰৰ এই আইন। কেবল ৫০হাজাৰ টকা পৰ্যন্ত দৰমহাৰ চাকৰিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব। শনিবাৰে হাৰিয়ানা চৰকাৰে এক বিজ্ঞপ্তি জাৰি কৰি এই কথা স্পষ্ট কৰি দিছে।

বিজ্ঞপ্তিত কোৱা হৈছে, ‘’২০২০চনৰ হাৰিয়ানা ষ্টেট এমপ্লয়মেন্ট অফ লোকেল কেণ্ডিডেটছ এক্টৰ প্ৰথম ধাৰাৰ তৃতীয় উপ ধাৰাৰ ক্ষমতা প্ৰয়োগ কৰি হাৰিয়ানাৰ ৰাজ্যপালে জনাইছে যে ২০২২চনৰ ১৫ জানুৱাৰীত এই উপধাৰা প্ৰযোজ্য হ’ব।‘’

এই আইন অনুসৰি হাৰিয়ানত অৱস্থিত বিভিন্ন কোম্পানী, ছচাইটি, ট্ৰাষ্টকে ধৰি বেচৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৭৫ শতাংশ পদ স্থানীয় প্ৰাৰ্থীৰ বাবে সংৰক্ষিত ৰাখিব লাগিব।

Apply Now

অৱশ্যে মাহিলী ৫০ হাজাৰ টকা পৰ্যন্ত দৰমহাৰ চাকৰিৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব বুলি কোৱা হৈছে।

Also Read: Longest Lunar Eclipse এই মাহতেই দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ; অসমৰ পৰাও হ’ব দৃশ্যমান!

উল্লেখ্য যে যোৱা বছৰৰ নৱেম্বৰ মাহতেই হাৰিয়ানা বিধানসভাত ষ্টেট এমপ্লয়মেন্ট অফ লোকেল কেণ্ডিডেটছ বিধেয়ক গৃহীত হৈছিল। সেই সময়ত একাংশ কোম্পানীয়ে ৰাজ্য চৰকাৰখনৰ এই পদক্ষেপৰ বিৰোধিতা কৰি মতামত আগবঢ়াইছিল।

হাৰিয়ানাৰ গুৰুগ্ৰামৰ দৰে এলেকাবোৰত ভিন্ন ৰাজ্যৰ ব্যাপক হাৰত লোকে কাম কৰে। তাত কেনেকৈ বেচৰকাৰী চাকৰিত স্থানীয় প্ৰাৰ্থীৰ বাবে ৭৫শতাংশ পদ সংৰক্ষম কৰা হ’ব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছিল।

কিন্তু সেই সকলো বিতৰ্কৰ মাজতে যোৱা মাৰ্চত বিধেয়কখনত ৰাজ্যপালে অনুমোদন জনাইছিল।

এতিয়া এইদৰে বেচৰকাৰী চাকৰিত ৭৫শতাংশ পদ স্থানীয় প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰি দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে চিহ্নিত হ’ল হাৰিয়ানা।

Also Read: Covid-19 Update সংক্ৰমণ নহয়, দেশত কৰ’নাৰ দৈনিক মৃত্যুৰ সংখ্যাই পুনৰ বৃদ্ধি কৰিছে উদ্বেগ

হাৰিয়ানা চৰকাৰে এইদৰে স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলৰ স্বাৰ্থত লোৱা বৃহৎ সিদ্ধান্তই অসমৰ দৰে ৰাজ্যৰ শাসনাধীষ্ঠ চৰকাৰৰ নেতাসকলৰ চকু মেল খুৱাব পাৰিবনে?

অসমৰ বৃহৎ সংখ্যক হতাশগ্ৰস্ত স্থানীয় নিবনুৱা যুৱক-যুৱতীৰ স্বাৰ্থত ৰাজ্য চৰকাৰখনে এনে সাহসী সিদ্ধান্ত গ্ৰহণ কৰাৰ চিন্তা কৰিব পাৰিবনে?  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd