• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Student Politics অসমৰ ছাত্ৰ ৰাজনীতিত প্ৰৱেশৰ বাবে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ এলানি বিশেষ কাৰ্যপন্থা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
November 9, 2021 2:55 pm
WhatsApp Image 2021-11-09 at 1.24.16 PM
164
VIEWS
Share on FacebookShare on Twitter

Student Politics আম আদমী পাৰ্টি চমুকৈ আপৰ যুৱ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ দুদিনীয়া কাৰ্য্যসূচীৰে চলা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে আগন্তুক কাৰ্যপন্থাৰ বাবে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ছাত্র যুৱ সংগ্ৰাম সমিতি অসম হৈছে স্বৰাজ প্ৰতিষ্ঠাৰ লগতে অসমৰ তথা ভাৰতবৰ্ষত আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে জন্ম লাভ কৰা সংগঠন আৰু জন্মলগ্নৰে পৰা এই সংগঠনে আদৰ্শ আগত ৰাখি কার্যকলাপ গ্রহণ কৰি আহিছে।

ছাত্র যুৱ সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত অসমৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৱধাৰিত প্ৰচলিত তথাকথিত চান্দা সংস্কৃতিৰ পৰা আঁতৰত থাকি প্রচলিত ব্যৱস্থাক প্ৰত্যাহ্বান জনাবৰ বাবে তথা ছাত্র সমাজক নেতৃত্ব প্ৰদান কৰি এক সৎ আৰু আদৰ্শৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে অসমৰ ছাত্ৰ তথা যুৱ সমাজৰ অংশগ্ৰহণ অনিবার্য।

Also Read: Breaking টীয়কৰ মেলেঙত ভয়ংকৰ ঘটনা; মাহীমাক আৰু পিতৃয়ে হত্যা কৰিলে পুত্ৰক

সেয়ে অসমৰ সচেতন ছাত্ৰ তথা যুৱ সমাজক ৰাজনীতি সলাব খোজা এই বিপ্লৱৰ অংশীদাৰ হৈ একেলগে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনাইছে।

অসমৰ জাতীয় জীৱনৰ বিৰোধী যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে আপোচহীন স্থিতি গ্ৰহণ কৰা ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ যিকোনো সমস্যাত আৰু অধিক শক্তিশালী ৰূপত দায়বদ্ধতাৰে আগবাঢ়ি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ।

সাম্প্রতিক ক’ভিদ মহামাৰীত ক্ৰমাৎ ভগ্নপ্রায় অৱস্থালৈ গতি কৰা অসমৰ শিক্ষা ব্যৱস্থাক লৈ আমি উদ্বিগ্নতা প্ৰকাশ কৰি ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত প্ৰতিখন জিলাতেই ছাত্ৰ-ছাত্ৰীসকলক অনলাইন অথবা অফলাইন পদ্ধতিৰে বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব।

Also Read: পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং; ৰাজ্য চৰকাৰৰ সিদ্ধান্তত জাঙুৰ খাই উঠিছে ৰাভা জাতীয় সংগঠন

ছাত্র যুৱ সংগ্রাম সমিতিয়ে অসমবাসী যুৱ তথা ছাত্র সমাজক অনুৰোধ জনায় যে তেওঁলোকে পুৰণা কিতাপ পত্ৰ সমিতিলৈ দান কৰিব পাৰে যাৰ যোগেদি সমিতিয়ে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক কিছু পৰিমাণে হলেও সকাহ দিব পাৰে।

যিসকলে এনে দান দিব বিচাৰে তেওঁলোকে সমিতিৰ জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব।

আনহাতে, আগন্তুক দিনত অসমৰ প্ৰতিখন জিলাতেই অতি কমেও এটাকৈ হ’লেও পুথিভঁৰাল ছাত্র যুব সংগ্ৰাম সমিতিৰ উদ্যোগত আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত অসমত কিতাপ পঢ়াৰ আন্দোলনৰ এক মাইলৰ খুটি স্বৰূপে পৰিগণিত হ’ব বুলি ছাত্র যুৱ সংগ্রাম সমিতিয়ে আশা ব্যক্ত কৰিছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd