• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Student Politics অসমৰ ছাত্ৰ ৰাজনীতিত প্ৰৱেশৰ বাবে ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ এলানি বিশেষ কাৰ্যপন্থা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
November 9, 2021 2:55 pm
WhatsApp Image 2021-11-09 at 1.24.16 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Student Politics আম আদমী পাৰ্টি চমুকৈ আপৰ যুৱ ছাত্ৰ সংগঠন ছাত্ৰ যুৱ সংগ্ৰাম সমিতিৰ দুদিনীয়া কাৰ্য্যসূচীৰে চলা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে আগন্তুক কাৰ্যপন্থাৰ বাবে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ছাত্র যুৱ সংগ্ৰাম সমিতি অসম হৈছে স্বৰাজ প্ৰতিষ্ঠাৰ লগতে অসমৰ তথা ভাৰতবৰ্ষত আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে জন্ম লাভ কৰা সংগঠন আৰু জন্মলগ্নৰে পৰা এই সংগঠনে আদৰ্শ আগত ৰাখি কার্যকলাপ গ্রহণ কৰি আহিছে।

ছাত্র যুৱ সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত অসমৰ প্ৰতিখন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

অৱধাৰিত প্ৰচলিত তথাকথিত চান্দা সংস্কৃতিৰ পৰা আঁতৰত থাকি প্রচলিত ব্যৱস্থাক প্ৰত্যাহ্বান জনাবৰ বাবে তথা ছাত্র সমাজক নেতৃত্ব প্ৰদান কৰি এক সৎ আৰু আদৰ্শৰ ৰাজনীতি প্ৰতিষ্ঠাৰ বাবে অসমৰ ছাত্ৰ তথা যুৱ সমাজৰ অংশগ্ৰহণ অনিবার্য।

Also Read: Breaking টীয়কৰ মেলেঙত ভয়ংকৰ ঘটনা; মাহীমাক আৰু পিতৃয়ে হত্যা কৰিলে পুত্ৰক

সেয়ে অসমৰ সচেতন ছাত্ৰ তথা যুৱ সমাজক ৰাজনীতি সলাব খোজা এই বিপ্লৱৰ অংশীদাৰ হৈ একেলগে হাতে হাত ধৰি আগবাঢ়ি যোৱাৰ বাবে আহ্বান জনাইছে।

অসমৰ জাতীয় জীৱনৰ বিৰোধী যিকোনো সিদ্ধান্তৰ বিৰুদ্ধে আপোচহীন স্থিতি গ্ৰহণ কৰা ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত অসমৰ জাতীয় জীৱনৰ যিকোনো সমস্যাত আৰু অধিক শক্তিশালী ৰূপত দায়বদ্ধতাৰে আগবাঢ়ি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ।

সাম্প্রতিক ক’ভিদ মহামাৰীত ক্ৰমাৎ ভগ্নপ্রায় অৱস্থালৈ গতি কৰা অসমৰ শিক্ষা ব্যৱস্থাক লৈ আমি উদ্বিগ্নতা প্ৰকাশ কৰি ছাত্ৰ যুৱ সংগ্ৰাম সমিতিয়ে আগন্তুক দিনত প্ৰতিখন জিলাতেই ছাত্ৰ-ছাত্ৰীসকলক অনলাইন অথবা অফলাইন পদ্ধতিৰে বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিব।

Also Read: পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং; ৰাজ্য চৰকাৰৰ সিদ্ধান্তত জাঙুৰ খাই উঠিছে ৰাভা জাতীয় সংগঠন

ছাত্র যুৱ সংগ্রাম সমিতিয়ে অসমবাসী যুৱ তথা ছাত্র সমাজক অনুৰোধ জনায় যে তেওঁলোকে পুৰণা কিতাপ পত্ৰ সমিতিলৈ দান কৰিব পাৰে যাৰ যোগেদি সমিতিয়ে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক কিছু পৰিমাণে হলেও সকাহ দিব পাৰে।

যিসকলে এনে দান দিব বিচাৰে তেওঁলোকে সমিতিৰ জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব।

আনহাতে, আগন্তুক দিনত অসমৰ প্ৰতিখন জিলাতেই অতি কমেও এটাকৈ হ’লেও পুথিভঁৰাল ছাত্র যুব সংগ্ৰাম সমিতিৰ উদ্যোগত আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত অসমত কিতাপ পঢ়াৰ আন্দোলনৰ এক মাইলৰ খুটি স্বৰূপে পৰিগণিত হ’ব বুলি ছাত্র যুৱ সংগ্রাম সমিতিয়ে আশা ব্যক্ত কৰিছে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd