• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Riot Inside Prison ইকুৱেডৰৰ কাৰাগাৰত পুনৰ সংঘটিত ভয়ানক সংঘৰ্ষত নিহত ৬৮জন কাৰাবন্দী; আহত ৩৫জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2021 12:29 pm
Ecuador Jail Riot

ফাইল ফটো : সংগৃহীত।

151
VIEWS
Share on FacebookShare on Twitter

Riot Inside Prison ইকুৱেডৰৰ এখন কাৰাগাৰত সংঘটিত হোৱা ভয়ানক সংঘৰ্ষত ৬৮জন কাৰাবন্দী নিহত হৈছে। এই ঘটনাত আন কমেও ৩৫জন লোক আহত হোৱাৰ খৱৰ পোৱা গৈছে।

বাতৰি অনুসৰি, শুকুৰবাৰে সন্ধিয়া দেশখনৰ গোৱাকিল চহৰৰ লিটোৰাল পেনিটেনশ্বিয়াৰিত এই ৰক্তাক্ত সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে।

দেশখনৰ আৰক্ষীয়ে কাৰাগাৰৰ ভিতৰত প্ৰৱেশ কৰি বন্দুক আৰু বিস্ফোৰক উদ্ধাৰ কৰিছে।

Also Read: Manipur Ambush মণিপুৰৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুশ্বত শ্বহীদ অসমৰ বাক্সা জিলাৰ সুমন স্বৰ্গীয়াৰী

উল্লেখ্য যে এই বছৰৰে যোৱা ছেপ্টেম্বৰ মাহত শেষৰ পিনে দেশখনৰ সেই কাৰাগাৰৰ আন এক সংঘৰ্ষৰ ঘটনাত কমেও ১১৫জন কাৰাবন্দী নিহত হৈছিল।

ইয়াকে লৈ চলিত বছৰতেই দেশখনৰ বিভিন্ন কাৰাগাৰত সংঘটিত হোৱা সংঘৰ্ষত প্ৰায় ৩০০ কাৰাবন্দীৰ মৃত্যু হৈছে। বাতৰি অনুসৰি, দেশখনৰ কাৰাগাৰসমূহত মুঠতে ৩৯হাজাৰ কাৰাবন্দী আছে।

Also Read: Colonel Viplav Tripathi শ্বহীদ কৰ্ণেলৰ ভাতৃও আসাম ৰাইফলছত; মণিপুৰৰ পৰা দুদিনমান পূৰ্বে উভতিছিলহে পিতৃ-মাতৃ

ইকুৱেডৰৰ ৰাষ্ট্ৰপতি গুইলাৰমো লাছোই ইয়াৰ পূৰ্বে কাৰাগাৰসমূহত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জৰুৰী ব্যৱস্থা জাৰি কৰিছিল। দেশখনৰ কাৰাগাৰসমূহত সংঘৰ্ষৰ ঘটনা ৰোধ কৰাৰ বাবে সেনা বাহিনীয়েও কাম কৰি আছে।

কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে কাৰাবন্দীসকলৰ অপৰাধী চক্ৰৰ সৈতে যোগাযোগ আছে। ড্ৰাগছ সৰবৰাহক লৈয়ে তেওঁলোকৰ মাজত প্ৰধানত: সংঘৰ্ষ হোৱা বুলি কোৱা হৈছে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd