• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰিবলৈ অসমত নতুন আইন প্ৰণয়ন কৰিব চৰকাৰে : সোণোৱাল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 5, 2018 9:10 am
419762-sarbananda-sonowal

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰিবলৈ অসমত নতুন আইন প্ৰণয়ন কৰা হ’ব। আন কিছুমান ৰাজ্যই ইতিমধ্যে বলাৎকাৰ, নাৰী নিৰ্যাতনকাৰীক কঠোৰ শাস্তি প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিছে।

অসমতো এনে ঘটনা প্ৰতিৰোধ বা নিয়ন্ত্ৰণৰ বাবে অপৰাধীক তাৎক্ষণিকভাৱে কঠোৰ শাস্তি বিহিবলৈ পৰৱৰ্তী বিধানসভাৰ অধিৱেশনত নতুন আইন গ্ৰহণ কৰা হ’ব বুলি বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিধানসভাত ঘোষণা কৰে।

Apply Now

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে নাৰীৰ সন্মান ৰক্ষা কৰাৰ স্বাৰ্থত শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত বলাৎকাৰৰ ঘটনা বৃদ্ধি পোৱাৰ প্ৰসংগটো বুধবাৰে বিধানসভাত শূন্য কালত উত্থাপন কৰিছিল বিজেপিৰ সদস্যা আঙুৰলতা ডেকাই।

তেওঁ ৰাজ্যখনত নাৰীসকলৰ লগতে নাবালিকা আৰু ছাত্ৰীসকল নিৰাপত্তাহীনতাত ভোগাৰ কথা উল্লেখ কৰে। শেহতীয়াকৈ সংঘটিত কেইবাটাও নাৰকীয় বলাৎকাৰৰ ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বহুক্ষেত্ৰত আইনৰ সুৰুঙাত অপৰাধী সাৰি যায়।

বিষয়টোৰ গুৰুত্ব অনুধাবন কৰি অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে কংগ্ৰেছৰ অজন্তা নেওগ, নন্দিতা দাস, বি পি এফৰ কমলী বসুমতাৰী, অগপৰ ৰেণুপমা ৰাজখোৱা, বিজেপিৰ সুমন হৰিপ্ৰিয়াৰ লগতে এ আই ইউ ডি এফৰ আমিনুল ইছলামক বক্তব্য ৰখাৰ সুযোগ দিয়ে।

04-04-18 Guwahati- Assembly Angurlata Deka (1)
বিজেপি বিধায়িকা আঙুৰলতা ডেকা

শাসক-বিৰোধী দলৰ সদস্যসকলে নাৰীজনিত অপৰাধ ৰোধ কৰাৰ লগতে অপৰাধীক ততাতৈয়াকৈ শাস্তি দিব পৰাকৈ শক্তিশালী আইন প্ৰণয়নৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনোৱাত মুখ্যমন্ত্ৰী সোণোৱালে অহা বিধানসভাতে মহিলাৰ সুৰক্ষাৰ বাবে এখন আইন প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে বিধানসভাত কয় যে নাৰীজনিত অপৰাধ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এখন শক্তিশালী আইনৰ প্ৰয়োজনীয়তাৰ কথা বিধায়কসকলৰে নহয় ৰাইজৰো মনৰ কথা। বৰ্তমান চৰকাৰে নাৰীৰ ওপৰত অত্যাচাৰ বা নিৰ্যাতন চলোৱাৰ অভিযোগ যেতিয়াই লাভ কৰিছে তেতিয়াই লগে লগে তেওঁলোকক কৰায়ত্ত কৰা হৈছে।

এনে বহু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া পলম হোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰি গোচৰ সোনকালে নিষ্পত্তি কৰি শাস্তি বিহিবলৈ অনুৰোধ জনাই পত্ৰ লিখাৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। তেওঁ লগতে জনায় যে প্ৰতিখন জিলাতে ফাষ্ট্ৰ ট্ৰেক আদালত স্থাপন হ’ব।

বৰ্তমান সমাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ নিৰ্মূল কৰাৰ ক্ষেত্ৰত প্ৰতিজন বিধায়কৰ দায়িত্ব  আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সমাজত ঘটি থকা অপৰাধ ৰোধ কৰিবলৈ গণতন্ত্ৰৰ সকলোকেইটা স্তম্ভৰে সহায়ৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd