• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Kamala Harris আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ! কিয় লাভ কৰিলে এই সাংবিধানিক ক্ষমতা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 8:32 am
WhatsApp Image 2021-11-20 at 7.58.15 AM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Kamala Harris ভাৰতীয় বংশোদ্ভূত ৰাজনীতিক কমলা হেৰিছ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ আগবাঢ়িছে। আচৰিত হ’বলগীয়া নাই, দৰাচলতে স্বাস্থ্য পৰীক্ষাৰ বাবে সাময়িকভাৱে দায়িত্ব পালনৰ পৰা আঁতৰি থাকিবলগীয়া ৰাষ্ট্ৰপতি জো বিডেনে সাময়িকভাৱে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ হাতত অৰ্পন কৰিছে দেশখনৰ শাসনভাৰ।

আমেৰিকাৰ সংবিধানত এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছে।

বাতৰি অনুসৰি, যোৱা জানুৱাৰী মাহত শাসনলৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষা হ’ব জো বিডেনৰ। শুকুৰবাৰে ৱাশ্বিংটনৰ বাহিৰত ‘ৰিড মেডিকেল চেন্টাৰত’ কলন’স্কপি কৰা হয় ৰাষ্ট্ৰপতিগৰাকীৰ। এই প্ৰক্ৰিয়া চলি থকা সময়ত তেওঁক অজ্ঞান কৰি ৰখা হ’ব।

Apply Now

এই সময়ছোৱাত দেশৰ উপ ৰাষ্ট্ৰপতি গৰাকীয়েই হ’ব দেশখনৰ মুৰব্বী। তেওঁৰ হাতত সেনা বাহিনী তথা আনবিক অস্ত্ৰ ভাণ্ডাৰৰ নিয়ন্ত্ৰণো থাকিব।

Also Read: India vs New Zealand: ৰোহিত-ৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী-২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া

ৰাষ্ট্ৰপতি জো বিডেনৰ চিকিৎসাকালীন সময়ছোৱাত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছেৰ হাতত ৰাষ্ট্ৰপতিৰ ক্ষমতা হস্তান্তৰ হ’ব। হেৰিছে এই সময়ছোৱাত হোৱাইট হাউছৰ ৱেষ্ট উইঙৰ নিজৰ কাৰ্যালয়ৰ পৰাই কামকাজ চলাব।

উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত এনে ক্ষমতা হস্তান্তৰৰ ঘটনা এয়াই প্ৰথম নহয়। ২০০২ আৰু ২০০৭ চনতো দেশখনৰ তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব (জুনিয়ৰ)য়ে চিকিৎসাকালীন সময়ৰ বাবে এইদৰে উপ ৰাষ্ট্ৰপতিৰ হাতত ক্ষমতা তুলি দিছিল।

Also Read: India-China border issue: চীন-ভাৰতৰ সম্পৰ্ক এতিয়া কেনে? বাখ্যা কৰিলে বৈদেশিক মন্ত্ৰী জয়শংকৰে

যোৱা বছৰ নৱেম্বৰত আমেৰিকাৰ প্ৰথম মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় কমলা হেৰিছ। কেলিফ’ৰ্ণিয়াৰ ৫৬ বছৰীয়া ছিনেটৰগৰাকীয়ে আমেৰিকাত এক নতুন ইতিহাস সৃষ্টি কৰে।  

শেহতীয়াকৈ ৰাষ্ট্ৰপতি জো বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ বাতৰিও প্ৰকাশ পাইছিল। দেশখনৰ সংবাদমাধ্যম চিএনএনে দাবী কৰা মতে ‘ৱেষ্ট উইং’ক লৈ দুয়োৰে মাজত বিবাদৰ সূত্ৰপাত হৈছে।          

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd