• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

COVID-19 Origine চীনত কোন প্ৰথম আক্ৰান্ত হৈছিল, ক’ৰ পৰা আহিছিল কোভিড ভাইৰাছ? সমীক্ষাত নতুন তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 10:28 am
image1170x530cropped

প্রতিনিধিত্বমূলক ফটো। সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

COVID-19 Origine চীনৰ উহানৰ লেবেৰটৰীতে সঁচাকৈ কৰ’না ভাইৰাছৰ সৃষ্টি হৈছিল নেকি? SARS-CoV-2 ভাইৰাছৰ বাবে দায়ী কোন? এই প্ৰশ্নসমূহক লৈ দীৰ্ঘদিন ধৰি বাদ-বিবাদ অন্ত পৰা নাই। ইয়াৰ মাজতে পোহৰলৈ আহিছে নতুন তথ্য।

চীনৰ উহানৰ এগৰাকী সাগৰীয় মাছ বিক্ৰেতা প্ৰথম কোভিডত আক্ৰান্ত হৈছিল বুলি কোৱা হৈছে। ইয়াৰে বজাৰৰ সৈতে কোনোধৰণে সম্পৰ্ক নথকা এগৰাকী গাণনিকৰ মতে পূৰ্বতে যি কোৱা হৈছিল সেয়া সঠিক নহয়।

ছায়েন্স জাৰ্ণেলত প্ৰকাশ পোৱা এক প্ৰতিবেদন কোৱা হৈছে এই কথা।

বিভিন্ন সূত্ৰই পূৰ্বে আশংকা প্ৰকাশ কৰিছিল যে চীনত ইয়াংতি নদীৰ সমীপত থকা এটা ভাইৰাছ গৱেষণা লেবেৰটৰীৰ পৰা ভাইৰাছ লিক হৈছিল। তাৰপাছতে সেইটো উহানৰ এখন সাগৰীয় মাছৰ বজাৰত বিয়পি পৰিছিল।

Also Read: Kamala Harris আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ! কিয় লাভ কৰিলে এই সাংবিধানিক ক্ষমতা?

নতুন অধ্যয়নেও এইবাৰ সেই ধাৰণাকে তুলি ধৰিছে। কিন্তু কথা হ’ল কোভিড ভাইৰাছৰ উৎসটো প্ৰকৃততে ক’ত?

চীনৰ প্ৰশাসনে দাবী কৰি অহা মতে কোভিড ভাইৰাছ লেবৰ পৰা বিয়পা কথাটো সত্য নহয়। তেওঁলোকে দাবী কৰে যে উহানৰ পূৰ্বেও বিশ্বৰ আন দেশতো একেই ধৰণৰ সংক্ৰামক জ্বৰ ধৰা পৰিছিল।

ইপিনে, নতুন অধ্যয়নত আৰিজোনা বিস্ববিদ্যালয়ৰ ইক’লজি বিভাগৰ মুখ্য ভাইৰ’লজিষ্ট মাইকেল অ’ৰ’বে জানিবলৈ দিছে যে উহানৰ বজাৰৰ সৈতে কোনোধৰণে জড়িত নথকা  এনে ব্যক্তিকে প্ৰথম আক্ৰান্ত বুলি ধৰা হৈছিল।

Also Read: India vs New Zealand: ৰোহিত-ৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী-২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া

কিন্তু দেখা গৈছে উহানৰ এখন সাগৰীয় মাছ বিক্ৰেতা প্ৰথম এই ৰোগত আক্ৰান্ত হৈছিল। আনকি গোষ্ঠী সংক্ৰমণো এইখন বজাৰৰ পৰাই বিয়পা বুলি ভাইৰ’লজিষ্টগৰাকীয়ে দাবী কৰিছে।

তেওঁ দাবী কৰা অনুসৰি, বিভিন্ন তথ্য বিশ্লেষণ তথা বিভিন্ন লোকৰ সাক্ষাৎকাৰৰ ভিত্তিত তেওঁ এনে সিদ্ধান্তত উপনীত হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

এয়া ল’ৰা-ধেমালি নেকি! ডিমা হাছাওৰ ৩০০০ বিঘা ভূমি আৱন্টনক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 18, 2025 5:55 pm
পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd