• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

COVID-19 Origine চীনত কোন প্ৰথম আক্ৰান্ত হৈছিল, ক’ৰ পৰা আহিছিল কোভিড ভাইৰাছ? সমীক্ষাত নতুন তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 10:28 am
image1170x530cropped

প্রতিনিধিত্বমূলক ফটো। সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

COVID-19 Origine চীনৰ উহানৰ লেবেৰটৰীতে সঁচাকৈ কৰ’না ভাইৰাছৰ সৃষ্টি হৈছিল নেকি? SARS-CoV-2 ভাইৰাছৰ বাবে দায়ী কোন? এই প্ৰশ্নসমূহক লৈ দীৰ্ঘদিন ধৰি বাদ-বিবাদ অন্ত পৰা নাই। ইয়াৰ মাজতে পোহৰলৈ আহিছে নতুন তথ্য।

চীনৰ উহানৰ এগৰাকী সাগৰীয় মাছ বিক্ৰেতা প্ৰথম কোভিডত আক্ৰান্ত হৈছিল বুলি কোৱা হৈছে। ইয়াৰে বজাৰৰ সৈতে কোনোধৰণে সম্পৰ্ক নথকা এগৰাকী গাণনিকৰ মতে পূৰ্বতে যি কোৱা হৈছিল সেয়া সঠিক নহয়।

ছায়েন্স জাৰ্ণেলত প্ৰকাশ পোৱা এক প্ৰতিবেদন কোৱা হৈছে এই কথা।

Apply Now

বিভিন্ন সূত্ৰই পূৰ্বে আশংকা প্ৰকাশ কৰিছিল যে চীনত ইয়াংতি নদীৰ সমীপত থকা এটা ভাইৰাছ গৱেষণা লেবেৰটৰীৰ পৰা ভাইৰাছ লিক হৈছিল। তাৰপাছতে সেইটো উহানৰ এখন সাগৰীয় মাছৰ বজাৰত বিয়পি পৰিছিল।

Also Read: Kamala Harris আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ! কিয় লাভ কৰিলে এই সাংবিধানিক ক্ষমতা?

নতুন অধ্যয়নেও এইবাৰ সেই ধাৰণাকে তুলি ধৰিছে। কিন্তু কথা হ’ল কোভিড ভাইৰাছৰ উৎসটো প্ৰকৃততে ক’ত?

চীনৰ প্ৰশাসনে দাবী কৰি অহা মতে কোভিড ভাইৰাছ লেবৰ পৰা বিয়পা কথাটো সত্য নহয়। তেওঁলোকে দাবী কৰে যে উহানৰ পূৰ্বেও বিশ্বৰ আন দেশতো একেই ধৰণৰ সংক্ৰামক জ্বৰ ধৰা পৰিছিল।

ইপিনে, নতুন অধ্যয়নত আৰিজোনা বিস্ববিদ্যালয়ৰ ইক’লজি বিভাগৰ মুখ্য ভাইৰ’লজিষ্ট মাইকেল অ’ৰ’বে জানিবলৈ দিছে যে উহানৰ বজাৰৰ সৈতে কোনোধৰণে জড়িত নথকা  এনে ব্যক্তিকে প্ৰথম আক্ৰান্ত বুলি ধৰা হৈছিল।

Also Read: India vs New Zealand: ৰোহিত-ৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী-২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া

কিন্তু দেখা গৈছে উহানৰ এখন সাগৰীয় মাছ বিক্ৰেতা প্ৰথম এই ৰোগত আক্ৰান্ত হৈছিল। আনকি গোষ্ঠী সংক্ৰমণো এইখন বজাৰৰ পৰাই বিয়পা বুলি ভাইৰ’লজিষ্টগৰাকীয়ে দাবী কৰিছে।

তেওঁ দাবী কৰা অনুসৰি, বিভিন্ন তথ্য বিশ্লেষণ তথা বিভিন্ন লোকৰ সাক্ষাৎকাৰৰ ভিত্তিত তেওঁ এনে সিদ্ধান্তত উপনীত হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd