• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Santosh Trophy সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ দলৰ গ’লৰক্ষকৰ প্ৰশিক্ষক হিচাবে নিৰ্বাচিত বোকাখাতৰ লোচন শইকীয়া

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
November 23, 2021 9:23 am
Lochan Saikia

লোচন শইকীয়া।

8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Santosh Trophy সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ ফুটবল দলৰ গ’লৰক্ষকৰ প্ৰশিক্ষকৰ দৰে গধুৰ দায়িত্ব লাভ কৰিছে বোকাখাতৰ প্ৰাক্তন কৃতি ফুটবল খেলুৱৈ লোচন শইকীয়াই ৷ এনে দায়িত্ব লাভ কৰা লোচন শইকীয়াই হৈছে বোকাখাতৰ প্ৰথমগৰাকী খেলুৱৈ ৷

১৯৮১ চনত বোকাখাতত জন্মগ্ৰহণ কৰা লোচন শইকীয়াই বোকাখাত ষ্টেডিয়ামত  ১৯৯১ চনত ফুটবল জীৱনৰ পাতনি মেলিছিল ৷

১৯৯৯ চনত গুৱাহাটীৰ টাউন ক্লাবৰ হৈ খেলিবলৈ লোৱা লোচন শইকীয়াই পৰৱৰ্তী সময়ত অসম পুলিচত যোগদান কৰে৷

Apply Now

Also Read: Water Crisis Impact তীব্ৰ জল সংকটৰ আশংকা! এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ

তেওঁ ২০০০ বৰ্ষত মহাৰাষ্ট্ৰৰ কোলাহপূৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় স্কুল ফুটবল চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ দখল কৰা অসম দলক প্ৰতিনিধিত্ব কৰিছিল ৷

একেদৰে ২০০৬ বৰ্ষত লোচন শইকীয়াই সন্তোষ ট্ৰফীত অসম দলক প্ৰতিনিধিত্ব কৰিছিল ৷ বি এন মল্লিক সোৱঁৰণী সৰ্বভাৰতীয় পুলিচ ফুটবল টুৰ্নামেণ্টতো অসম দলক ৪ বাৰকৈ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল লোচন শইকীয়া ৷

Also Read: Crime in the City পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক

বৰ্তমান এপ্ৰ’ ৰ গ্ৰাচৰুট ফুটবল ক’চিংৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা তথা এ এফ চি ৰ ফুটবল প্ৰশিক্ষকৰ ডি লাইচেঞ্চ প্ৰাপ্ত লোচন শইকীয়াৰ এই সফলতাত বোকাখাতবাসী উৎফুল্লিত হৈছে ৷

লোচন শইকীয়া বোকাখাতৰ ইন্দ্ৰেশ্বৰ শইকীয়া আৰু সাৰদা শইকীয়াৰ সুযোগ্য সন্তান ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd