• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Water Crisis Impact তীব্ৰ জল সংকটৰ আশংকা! এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ

নতুনকৈ শিল-বালিৰ মহলৰ বাবে দিয়া বিজ্ঞাপনত জাঙুৰ খাই উঠিছে ৰাইজ, তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
November 23, 2021 8:50 am
Baksa news

ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Water Crisis Impact ভাৰত-ভূটান আন্ত:ৰাষ্ট্ৰীয় ঘাইপথত কালা নদীৰ ওপৰত থকা পকী দলঙৰ প্ৰতি নামি আহিছে চৰম ভাবুকি। যিকোনো মুহূৰ্তত দলংখন ভাঙি পৰাৰ আশংকা ৰাইজৰ। ফলত বন্ধ হৈ যাব পাৰে আন্ত:ৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্য। তদুপৰি, তীব্ৰ জল সংকটত পৰাৰ আশংকা কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ। এতিয়া দুশ্চিন্তাত পৰিছে বৃহত্তৰ আঙৰকাটাবাসী ৰাইজ।

ভুটানৰ পৰা বৈ অহা কালা নৈৰ দলংখনৰ দক্ষিণ দিশে আছে দুটাকৈ শিল বালিৰ মহল। নতুনকৈ আৰু এটা মহল দিয়াৰ বাবে বাতৰি কাকতত চৰকাৰী বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ লাগিছে ২০ খনৰো অধিক গাঁওৰ কৃষক ৰাইজৰ।

বিটিচি প্ৰশাসনে তৃতীয়টো মহল স্থাপনৰ ব্যৱস্থা লোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে আঙৰকাটা গাঁওৰ ৰাইজৰ লগতে কেইবাখনো গাঁওৰ ৰাইজ।

Apply Now

Also Read: উগ্ৰপন্থী সংগঠনত যোগদান কৰিবলৈ গৈ নাগালেণ্ডত আটক টীয়কৰ যুৱক; হতাশ পিতৃ-মাতৃ

সোমবাৰে নৈৰ বুকুলৈ ওলাই আহে শংকিত হোৱা শ শ কৃষক। কালানদীৰ বুকুৰ পৰা নলা খান্দি প্ৰতি বছৰে খেতি পথাৰলৈ পানী নিয়ে এই কৃষক ৰাইজে।

বিগত সময়ত নদীত যধে মধে খনন কাৰ্য্য চলাই যোৱাৰ বাবে নৈৰ জলপৃষ্ঠ নিম্নগামী হোৱাত পথাৰত পানী নিয়াত সমস্যাৰ সন্মুখীন হৈছে কৃষক ৰাইজ। সেইদৰে, দোং সমূহৰ পানী শুকাই যোৱা দেখা গৈছে।

দক্ষিণ দিশত নদীত খনন অধিক হোৱাৰ বাবে নৈৰ পানীৰ প্ৰবল সোঁতে দলংখনৰ খুটাৰ গুৰিৰ মাটি ধুই নিয়াত খুঁটাৰ গুৰি উদং হৈ দলংখনলৈও নামি আহিছে ভাবুকি।

Also Read: Crime in the City পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক

দুটাকৈ মহল থকাৰ পিছত নতুনকৈ আন এটা মহল স্থাপন কৰিলে কৃষক ৰাইজে তীব্ৰ জল সংকটত ভোগাতো নিশ্চিত বুলি দাবী কৰিছে স্থানীয় ৰাইজে। লগতে দলংখনো ভাঙি যোৱাৰ সম্ভৱনা প্ৰকট বুলি ব্যক্ত কৰিছে।

ইপিনে, চৰকাৰী পক্ষক এই কথা বাৰম্বাৰ জনোৱাৰ পিছতো ৰাইজে পোৱা নাই কোনো সুফল।কৃষক ৰাইজৰ কথা মানি নল’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ বাবে সাজু হব বুলিও মন্তব্য কৰে অঞ্চলবাসী ৰাইজে।

Also Read:Covid Update ৰাজ্যত ২৪ ঘন্টাত কিমান আক্ৰান্ত হ’ল কোভিডত; কিমানৰ মৃত্যু?

যি সময়ত কৃষকসকলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছে তেনে সময়ত কৃষক ৰাইজক মাধমাৰ শোধাই ৰাজহ সংগ্ৰহত নামি কি প্ৰমাণ কৰিব খুজিছে এয়া চিন্তনীয় বিষয়।

এই  ক্ষেত্ৰত বিহিত ব্যৱস্থা লোৱাৰ বাবে বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু প্ৰশাসনক অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে। 

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm
আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd