DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Santosh Trophy সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ দলৰ গ’লৰক্ষকৰ প্ৰশিক্ষক হিচাবে নিৰ্বাচিত বোকাখাতৰ লোচন শইকীয়া

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
November 23, 2021 9:23 am
Lochan Saikia

লোচন শইকীয়া।

1.5k
VIEWS
Share on FacebookShare on Twitter

Santosh Trophy সন্তোষ ট্ৰফীৰ অসমৰ চিনিয়ৰ ফুটবল দলৰ গ’লৰক্ষকৰ প্ৰশিক্ষকৰ দৰে গধুৰ দায়িত্ব লাভ কৰিছে বোকাখাতৰ প্ৰাক্তন কৃতি ফুটবল খেলুৱৈ লোচন শইকীয়াই ৷ এনে দায়িত্ব লাভ কৰা লোচন শইকীয়াই হৈছে বোকাখাতৰ প্ৰথমগৰাকী খেলুৱৈ ৷

১৯৮১ চনত বোকাখাতত জন্মগ্ৰহণ কৰা লোচন শইকীয়াই বোকাখাত ষ্টেডিয়ামত  ১৯৯১ চনত ফুটবল জীৱনৰ পাতনি মেলিছিল ৷

১৯৯৯ চনত গুৱাহাটীৰ টাউন ক্লাবৰ হৈ খেলিবলৈ লোৱা লোচন শইকীয়াই পৰৱৰ্তী সময়ত অসম পুলিচত যোগদান কৰে৷

Also Read: Water Crisis Impact তীব্ৰ জল সংকটৰ আশংকা! এটি বিজ্ঞাপন প্ৰকাশৰ পিছতে হাহাকাৰ বাক্সাৰ বৃহত্তৰ আঙৰকাটাবাসীৰ

তেওঁ ২০০০ বৰ্ষত মহাৰাষ্ট্ৰৰ কোলাহপূৰত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় স্কুল ফুটবল চেম্পিয়নশ্বিপত চেম্পিয়নৰ খিতাপ দখল কৰা অসম দলক প্ৰতিনিধিত্ব কৰিছিল ৷

একেদৰে ২০০৬ বৰ্ষত লোচন শইকীয়াই সন্তোষ ট্ৰফীত অসম দলক প্ৰতিনিধিত্ব কৰিছিল ৷ বি এন মল্লিক সোৱঁৰণী সৰ্বভাৰতীয় পুলিচ ফুটবল টুৰ্নামেণ্টতো অসম দলক ৪ বাৰকৈ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল লোচন শইকীয়া ৷

Also Read: Crime in the City পুনৰ মহানগৰীত ৰহস্যজনক হত্যাকাণ্ড! ঘৰৰ ভিতৰতে হানি খুচি হত্যা কৰাৰ সন্দেহ এজন লোকক

বৰ্তমান এপ্ৰ’ ৰ গ্ৰাচৰুট ফুটবল ক’চিংৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা তথা এ এফ চি ৰ ফুটবল প্ৰশিক্ষকৰ ডি লাইচেঞ্চ প্ৰাপ্ত লোচন শইকীয়াৰ এই সফলতাত বোকাখাতবাসী উৎফুল্লিত হৈছে ৷

লোচন শইকীয়া বোকাখাতৰ ইন্দ্ৰেশ্বৰ শইকীয়া আৰু সাৰদা শইকীয়াৰ সুযোগ্য সন্তান ৷

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd