• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Lurinjyoti Gogoi “NHPC কৰ্তৃপক্ষৰ পৰা ১ পইচা লোৱা বুলি কোনোবাই প্ৰমাণ কৰিব পাৰিলে ৰাজনৈতিক জীৱন ত্যাগ কৰিম”: লুৰিনজ্যোতি গগৈৰ প্ৰত্যাহ্বান

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
November 23, 2021 1:32 pm
WhatsApp Image 2021-11-23 at 12.39.01 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lurinjyoti Gogoi clarifies যোৱা দুই তিনিদিন ধৰি কেইটামান ৱেব পৰ্টেল আৰু চেনেলে এটা অসত্য বাতৰি প্ৰচাৰ কৰি আছে বুলি অভিযোগ আনিছে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাৰ।

”লুৰিন দা হঁতে হেনো NHPC ৰ পৰা পইচা লৈছে, অফিচত কাৰোবাৰ মুখৰ পৰা শুনিছোঁ”-এই টেলিফনিক বাৰ্তালাপৰ আধাৰত বাতৰি কৰাক লৈ অসন্তুষ্টি প্ৰকাশ অসম জাতীয় পৰিষদৰ নেতৃত্বৰ।

উক্ত কথাষাৰৰ ওপৰত কিন্তু এবাৰো সোধা নহ’ল বুলি উল্লেখ কৰি NHPC য়ে অসমৰ সুৰক্ষিত ভৱিষ্যত বিনাশ কৰিছে বুলি ক্ষোভ উজাৰি নীতি অনুসাৰে সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জগদীশ ভূঞাৰ।

Apply Now

আনহাতে, এই টেলিফনিক বাৰ্তালাপৰ আধাৰত বাতৰি নকৰা চেনেল সমূহক ধন্যবাদ অসম জাতীয় পৰিষদৰ। বাতৰি কৰিলে দুয়োপক্ষৰ পৰা মতামত ল’ব লাগে বুলিও উল্লেখ কৰে ভূঞাই।

Also Read: CJI Ramana to Rulers গণতন্ত্ৰত শাসকসকলে প্ৰতিদিনেই আত্মসমালোচনা কৰা উচিত: দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না

এই সন্দৰ্ভত কিছু সংবাদমাধ্যমৰ ওপৰত ক্ষোভ উজাৰি লুৰিনজ্যোতি গগৈয়ে কয়, “কোনো ধৰণৰ যুক্তিযুক্ততা নোহোৱাকৈ পৰিকল্পিতভাৱে জনমানসত লুৰিন জ্যোতি গগৈ আৰু অজাপৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ এই বাতৰি পৰিৱেশন কৰা হৈছে।‘’

এটা সংগঠনৰ দুগৰাকী ব্যক্তিৰ মাজত  সেই টেলিফনিক বাৰ্তালাপ চলিছিল বুলিও উল্লেখ কৰে গগৈয়ে।

চেনেলৰ নাম ৰাজহুৱা কৰি আক্ষেপ  প্ৰকাশ কৰি লুৰিনজ্যোতি গগৈয়ে কয়, ‘’জাতিৰ বিৰুদ্ধে আমি গাড্ডাৰি নকৰো। অটল আছো নিজৰ স্থিতিত।‘’

Also Read: Man-Elephant conflict হাতী-মানুহৰ সংঘাত নিৰসনত সফল প্ৰকৃতিপ্ৰেমীৰ মডেল; কৃষকে নিৰ্বিঘ্নে চপালে সোণোৱালী শইচ

ND 24 টো সৰ্বানন্দৰ চেনেল বুলি দুজন মানুহে কথা পাতিলে কাইলৈ সেইটোৰ ওপৰত news live য়ে বাতৰি কৰিব নেকি বুলিও তীক্ষ্ণ প্ৰশ্নবান গগৈৰ।

NHPC কৰ্তৃপক্ষৰ পৰা ১ পইচা লোৱা বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে তেনেহ’লে লুৰিন জ্যোতি গগৈয়ে ৰাজনৈতিক জীৱন ত্যাগ কৰিব। সংবাদ মাধ্যমৰ লগতে সকলোলৈ লুৰিন জ্যোতি গগৈয়ে এইদৰে প্ৰত্যাহ্বান জনায়।

আছুৰ দুগৰাকী ব্যক্তিৰ মাজত চলিছিল এই বার্তালাপ, দুমাহ আগতে আছু নেতৃত্বলৈ এই বার্তালাপ প্ৰেৰণ কৰা হৈছিল। তেন্তে আজিহে কিয় এই বার্তালাপক লৈ বাতৰি হৈছে বুলি প্ৰশ্ন  কৰে লুৰিনজ্যোতিয়ে।

Also Read: Priyanka Chopra স্বামীৰ জোনাছ উপাধি অঁতৰোৱাৰ পাছতে বিচ্ছেদক লৈ চৰ্চাত নিক-প্ৰিয়ংকা; কি হৈছে ‘দেশী গাৰ্ল’ৰ?

‘’নেতৃত্বৰ প্ৰতি যাতে সন্দেহ ওপজে, কেতিয়াও যাতে আন্দোলন গঢ়ি নুঠে তাৰ বাবে সংবাদ মাধ্যমৰ সহায়ত মোক টাৰ্গেট কৰা হৈছে। মানহানি গোচৰ, ক্ৰিমিনেল গোচৰ দিয়া হ’ব এই কাৰ্য্য কৰা সকলৰ বিৰুদ্ধে। তীৰ্যক মন্তব্য কৰা সকলকো আমি মোকৰ্দমাৰ অংশীদাৰ কৰিম,’’জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ মন্তব্য।

আনহাতে, গাদী ৰক্ষা কৰা ৰাজনীতিকৰ নিৰ্দেশত একাংশ সংবাদ মাধ্যমে এই কাম কৰিছে বুলি অভিযোগ কৰে নেতাগৰাকীয়ে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am
‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd