• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলম-কেমেৰা এৰি হাতত দা-কটাৰীলৈ ৰাজপথত সাংবাদিক; কিন্তু কিয়?

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা  by মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা
November 25, 2021 7:42 pm
Margherita Journalist

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলম-কেমেৰা এৰি সাংবাদিকৰ হাতত দা-কটাৰী। মাৰ্ঘেৰিটাৰ ৰাজপথত আজি এই দৃশ্য পৰিলক্ষিত হয়। কিন্তু কিয় সাংবাদিকৰ এই ৰূপ? 

ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ নগৰ মাৰ্ঘেৰিটা। কাষতে অৰুণাচল প্ৰদেশৰ চাংলাং-টিৰাপ জিলা। আন্তঃৰাজ্যিক গুৰুত্ব থকা জাগুন-লিডু হৈ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেদি মাৰ্ঘেৰিটা নগৰলৈ সোমোৱাৰ বা তিনিচুকীয়াৰ পৰা মাৰ্ঘেৰিটা নগৰৰ সীমাত নিউ কলনি নামে ঠাইখন। 

চেইন্ট মেৰিছ স্কুল পাৰ হৈয়ে সৎসঙ্গ বিহাৰ নামৰ ধৰ্মীয় অনুষ্ঠানটো পায়। এই অনুষ্ঠানৰ চৌহদৰ পকীবেৰ মাহেকে-পষেকে নিয়মিত ভাঙে। ইয়াৰ কাৰণ বছৰ বছৰ ধৰি হৈ অহা দুৰ্ঘটনা।

Apply Now

অজস্ৰজনে উক্ত স্থানত দুৰ্ঘটনাত পতিত হৈছে।  কিন্তু অতি পৰিতাপৰ কথা উক্ত পথছোৱা বা টাৰ্ণিংটো মৰণফাণ্ড হিচাপে বছৰ বছৰ ধৰি পৰিণত হৈ আহিছে যদিও চৰকাৰ-প্ৰশাসনৰ কাণসাৰ নাই। 

Also Read: বিদ্যুত মাচুল আদায়ত কঠোৰ হ’বলৈ ধুবুৰীত এ পি ডি চি এলৰ বিষয়াক নিৰ্দেশ মুখ্য সচিব জিষ্ণু বৰুৱাৰ

আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উদ্যোগত তথা সৎসঙ্গ বিহাৰ কমিটিৰ সহযোগত গ্ৰহণ কৰা হয় এক ছাফাই অভিযান তথা সতৰ্কতামূলক কাৰ্যসূচী।

সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ, সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া, উপ সভাপতি সমীৰণ বৰঠাকুৰ, যুটীয়া সম্পাদক তপন দে, কোষাধ্যক্ষ ফাইজুৰ ৰহমান, মুখপাত্ৰ মানস প্ৰতিম গগৈ, সাংগঠনিক সম্পাদক মিঠুন বৰুৱা আদিৰ নেতৃত্বত পুৱা ৮ বজাৰ পৰা চলোৱা হয় ছাফাই অভিযান।

পথটোৰ দুয়োকাষে থকা হাবি জংঘল কাটি চাফ -চিকুণ কৰা হয়। লগতে গাড়ী লাহে লাহে চলাবলৈ আহ্বান জনায় বেনাৰ পোষ্টাৰ লগোৱা হয়। উক্ত স্থানত থকা পকী ব্ৰীজখন ৰং কৰাও হয়।

IMG_20211125_113508

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ পদক্ষেপৰ শলাগ লয়। তেওঁ চৰকাৰ প্ৰশাসনক অতিশীঘ্ৰে এই স্থানত সতৰ্কতামূলক ব্যৱস্থা হাতত ল’বলৈ আহ্বান জনায়। 

উল্লেখ্য যে এই সম্পৰ্কে মাৰ্ঘেৰিটা মহকুমাধিপতিক মাৰ্ঘেৰিটা সাংবাদিক সংস্থা আৰু সৎসঙ্গ বিহাৰ কমিটিয়ে সবিশেষ জনাই পৃথকে পৃথকে স্মাৰকপত্ৰ দাখিল কৰিছিল। কিন্তু এপষেকৰ পাছতো কোনো ব্যৱস্থা নহ’ল।

Also Read: India’s Sex Ratio প্ৰথমবাৰৰ বাবে ভাৰতত পুৰুষতকৈ অধিক হ’ল মহিলাৰ সংখ্যা: সমীক্ষা

অৱশ্যে মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ এটি প্ৰতিনিধি দলে স্থানীয়  বিধায়ক ভাস্কৰ শৰ্মাক সাক্ষাৎ কৰি এই বিষয়ে অৱগত কৰাত ইতিমধ্যে তেওঁ দুয়োকাষে লাইট লগোৱাৰ নিদেৰ্শ দিছে।

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা

মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd