• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যুত মাচুল আদায়ত কঠোৰ হ’বলৈ ধুবুৰীত এ পি ডি চি এলৰ বিষয়াক নিৰ্দেশ মুখ্য সচিব জিষ্ণু বৰুৱাৰ

মুকেশ কুমাৰ সিং, ধুবুৰী by মুকেশ কুমাৰ সিং, ধুবুৰী
November 25, 2021 6:22 pm
WhatsApp Image 2021-11-25 at 5.20.39 PM
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন চৰকাৰী আঁচনিৰ পৰ্যালোচনাৰ বাবে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা কালি সন্ধিয়া ধুবুৰীত উপস্থিত হয়হি। কালি সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধ্যক্ষৰ দায়িত্বতো থকা বৰুৱাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাম কাজৰ পৰ্যালোচনা কৰে৷

তেওঁ কোকৰাঝাৰ চক্ৰৰ কোকৰাঝাৰ সংমণ্ডল আৰু ধুবুৰী সংমণ্ডল; আৰু বঙাইগাঁও চক্ৰৰ গোৱালপাৰা সংমণ্ডলৰ অধীনৰ উপ-সংমণ্ডলসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ উপস্থিতিত মূলতঃ মাচুল আদায়ৰ বিষয়ত পৰ্যালোচনা কৰে৷

তেওঁ ৰাজহ সংগ্ৰহত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে আৰু নিয়মিত মাচুল আদায় নিদিয়া গ্ৰাহকৰ বিৰুদ্ধে বিদ্যুৎ সংযোগ কৰ্তনকে ধৰি কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে৷

Apply Now

Also Read: অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্ত অংকিতা দত্ত

পৰ্যালোচনা বৈঠকত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিবানী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কেবাজনো শীৰ্ষ বিষয়া, ধুবুৰী জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷

আনহাতে, মুখ্য সচিবগৰাকীয়ে আজি পুৱা জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰি থকা জলজীৱন অভিযান আৰু ভূমি সংক্ৰান্তীয় বিবাদ, অভিযোগ আদি মীমাংসাৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা ‘মিছন বসুন্ধৰা’ৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷

Also Read: Akhil Gogoi ৰাজ্য চৰকাৰৰ সীমা নিৰ্ধাৰণৰ নীতি চৰুক সুধি চাউল সিজোৱা লেখীয়া: অখিল গগৈ

তেওঁ জলজীৱন অভিযানৰ ৰূপায়নৰ কাম অধিক তৰান্বিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে৷

তদুপৰি, ‘মিছন বসুন্ধৰা’ৰ অধীনত মাটি-বাৰী সংক্ৰান্তীয় দাবী আৰু অভিযোগবোৰ ক্ষিপ্ৰতাৰে সমাধান কৰাত গুৰুত্ব দিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷  পৰ্যালোচনা বৈঠকৰ পিছতে তেওঁ ধুবুৰীৰ পৰা দিছপুৰ অভিমুখে ৰাওনা হয়৷ 

মুকেশ কুমাৰ সিং, ধুবুৰী

মুকেশ কুমাৰ সিং, ধুবুৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

অসমৰ ভূগৰ্ভত পোৱা গৈছে এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ

August 5, 2026 4:39 pm
সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

সদনৰ অচলাৱস্থাৰ মাজতে ৰাহুল গান্ধীক সাক্ষাৎ কিৰেন ৰিজিজুৰ

August 5, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd