• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

বাতিল নহয়; নিশ্চিত হ’ল ভাৰতীয় ক্ৰিকেট দলৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2021 5:47 pm
India tour of South Africa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দক্ষিণ আফ্ৰিকা ভ্ৰমণ নিশ্চিত কৰিছে। দক্ষিণ আফ্ৰিকাত অ’মিক্ৰণৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ক্ৰিকেট দলৰ ভ্ৰমণ অনিশ্চয়তাৰ মাজত সোমাই পৰিছিল।

আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সংশোধিত তাৰিখ আৰু ভ্ৰমণসূচী ঘোষণা কৰিছে।

Apply Now

নতুন সময়সূচী অনুসৰি ভাৰত-দক্ষিণ আফ্ৰিকাৰ দ্বিপাক্ষিক শৃংখলাৰ ২৬ ডিচেম্বৰত তিনিখন খেলৰ টেষ্ট শৃংখলাৰ সৈতে আৰম্ভ হ’ব আৰু তাৰ পিছত তিনিখন এদিনীয়া শৃংখলা অনুষ্ঠিত হ’ব।

আনহাতে পূৰ্বৰ ভ্ৰমণসূচীৰ অংশ হিচাপে থকা চাৰিখনীয়া টি-২০ শৃংখলা সংশোধিত তালিকাৰ পৰা বাদ দিয়া হৈছে।

“২০২১-২২ বৰ্ষৰ ভাৰতৰ দক্ষিণ আফ্ৰিকা ভ্ৰমণ সংশোধিত তাৰিখ আৰু ভ্ৰমণসূচীৰ সৈতে আগবাঢ়িব। ২৬ ডিচেম্বৰ, ২০২১ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া দ্বিপাক্ষিক শৃংখলাত দলটোৱে তিনিখন খেলৰ টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তিনিখন এদিনীয়া শৃংখলা আৰম্ভ হ’ব।” বিচিচিআইয়ে বাৰ্ষিক সাধাৰণ সভাৰ পিছত এক বিজ্ঞপ্তিত কয়।

পূৰ্বৰ সময়সূচী অনুসৰি ভাৰতীয় দলটো ৯ ডিচেম্বৰত দক্ষিণ আফ্ৰিকালৈ ৰাওনা হোৱাৰ কথা আছিল। কিন্তু বৰ্তমান এই ভ্ৰমণ পলম হোৱাৰ সম্ভাৱনা আছে।

ক্ৰিকেট দক্ষিণ আফ্ৰিকাই দিনটোৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে দেশত নতুন কোভিড-19 প্ৰকাৰক লৈ উদ্বেগ থকা স্বত্বেও শৃংখলা অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

June 23, 2026 8:26 pm
পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

কিয় বাতিল হ’ল জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ? দিল্লীৰ বৈঠকৰ পাছতহে স্পষ্ট হ’ব কাৰণ

June 23, 2026 8:05 pm
চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

ভাৰতীয় ক্ৰিকেটলৈ অনবদ্য অৱদান: ৰোহিত শৰ্মাক পদ্মশ্ৰী বঁটা প্ৰদান ৰাষ্ট্ৰপতিৰ

June 23, 2026 8:26 pm
পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

পোহৰলৈ আহিল হৰপ্পা সভ্যতাৰ ন ন তথ্য : খনন কাৰ্যত উদ্ধাৰ প্ৰাচীন কংকাল আৰু মাটিৰ পাত্ৰ

June 23, 2026 8:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd