• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰক; মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী চি পি আই (এম)ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2021 8:55 pm
1600x960_1000734-e2nzpsnvuauktwt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভূমি আইন আৰু চৰকাৰৰ ভূমি নীতি সম্পূৰ্ণৰূপে উলংঘা কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত চৰকাৰী আৰু চিলিং উদ্বৃত্ত মাটি আৱণ্টন দিয়াৰ বৃহৎ কেলেংকাৰি পোহৰলৈ আহিছে৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চিপিআই(এম) দলে এক বিবৃতিত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্ত কৰাৰ লগতে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে ‘দ্য ৱাইৰ’ আৰু ‘ক্ৰছ কাৰেণ্ট’ সংবাদ মাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা সঞ্চালক হিচাপে থকা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডক ২০০৬-০৭ আৰু ২০০৯ চনত ২৯ বিঘা ৯ লেচা মাটি আইন বহিৰ্ভূতভাৱে ক্ৰয় কৰাৰ ব্যৱস্থা কৰি দিয়া হয়৷

Apply Now

কামৰূপ জিলাৰ পলাশবাৰীৰ বঙৰা গাঁৱত বিভিন্ন ব্যক্তিৰ নামত আবণ্টন দিয়া ১১ বিঘা ৩ কঠা ৪ লেছা চৰকাৰী মাটি ২০০৯ চনত সম্পূৰ্ণ আইন বহিৰ্ভূতভাৱে আৰ বি এছ ৰিয়েল্টৰ্ছ কোম্পানীক বিক্ৰী কৰা হয়৷ ইয়াৰ উপৰি উত্তৰ গুৱাহাটীৰ ৰাজহ চক্ৰৰ নমলী জলাহ গাঁৱত ৰাজহুৱা অনুষ্ঠানৰ নামত আবণ্টিত ১৭ বিঘা ২ কঠা ৫ লেচা ভূমিও আৰ বি এছ ৰিয়েল্টৰ্ছ কোম্পানীয়ে ২০০৭ চনৰ ২০ জুলাইত ভূমি আইন আৰু ভূমি নীতি উলংঘা কৰি ক্ৰয় কৰে৷

Also Read: Ranjan Gogoi: অসমত এন আৰ চিৰ কাম লেহেমীয়া কৰিবলৈ চাপ দিছিল কেন্দ্ৰই; আৰু কি বিস্ফোৰণ ৰঞ্জন গগৈৰ?

স্বাভাৱিকতে এনে বিয়াগোম কেলেংকাৰি তদানীন্তন অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ খটুৱাই সংঘটিত কৰা হৈছিল বুলি পতিয়ন যোৱাৰ শক্তিশালী যুক্তি আছে৷

এই সংবাদ অনুসৰি এতিয়া আৰ বি এছ ৰিয়েল্টৰ্ছৰ নাম সলনি কৰি বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড কৰা হৈছে৷ বশিষ্ঠ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড কোম্পানীত এতিয়া সৰ্বাধিক শ্বেয়াৰ আছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাৰ একমাত্ৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ৷

ৰাজ্যখনৰ চিলিং আইন ১৯৫৬ আৰু চৰকাৰ ঘোষিত ভূমি নীতি সম্পূৰ্ণভাৱে উলংঘা কৰি মাটি আবণ্টন দিয়াৰ এই ঘটনা নিৰপেক্ষভাৱে আৰু পুংখানুপুংখকৈ তদন্ত কৰা উচিত৷ ইতিমধ্যে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে আয়ৰ লগত সামঞ্জস্য নথকা বিশাল পৰিমাণৰ সম্পত্তি আহৰণৰ অভিযোগ কেইবাবাৰো উত্থাপিত হৈছে৷

Also Read:Mystery of a missing Student ৪৫বছৰ পুৰণি ঘটনাৰে সম্পৰ্কিত গাড়ীত উদ্ধাৰ হ’ল মানৱ অৱশিষ্ট

চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিয়ে এই ভূমি কেলেংকাৰিৰ এক উচ্ছপৰ্যায়ৰ তদন্ত দাবী কৰিছে৷

চিপিআই (এম) বিবৃতিটোত কোৱা হৈছে যে স্বাভাৱিকতে ড॰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত থকা অৱস্থাত এনে তদন্ত নিৰপেক্ষ নোহোৱাৰ যথেষ্ট আশংকা আছে৷ সেয়েহে তদন্তৰ মাজেৰে ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ নিৰ্দোষিতা প্ৰমাণ নোহোৱা পৰ্যন্ত মুখ্যমন্ত্ৰীজনে তেওঁৰ পদৰ পৰা আঁতৰি থকা উচিত৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd