• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Ranjan Gogoi: অসমত এন আৰ চিৰ কাম লেহেমীয়া কৰিবলৈ চাপ দিছিল কেন্দ্ৰই; আৰু কি বিস্ফোৰণ ৰঞ্জন গগৈৰ?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 9, 2021 5:22 pm
RANJANGOGOI-1140x570-750x375

ৰঞ্জন গগৈ। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Ranjan Gogoi উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈয়ে তেওঁৰ আত্মজীৱনী ‘জাষ্টিছ ফৰ দ্য জাজ’ গ্ৰন্থত বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।

গগৈয়ে তেওঁৰ আত্মজীৱনীত দাবী কৰিছে যে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ কাম লেহেম গতিত চলাবলৈ তেওঁৰ ওপৰত কেন্দ্ৰৰ পৰা চাপ দিয়া হৈছিল।

প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়েও এই বিচাৰ প্ৰক্ৰিয়াত প্ৰভাৱ খটুৱাবৰ চেষ্টা কৰিছিল বুলি অভিযোগ কৰে।

Apply Now

ৰঞ্জন গগৈয়ে দাবী কৰিছে যে তেওঁক বিচাৰ প্ৰক্ৰিয়াৰ পৰা দূৰত ৰখাৰ উদ্দেশ্যেৰে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা হৈছিল।

Also Read: কেইখন ছীমকাৰ্ড ৰাখিব পাৰিব আপুনি? অসম তথা উত্তৰ-পূব গ্ৰাহকসকলে? কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত

বুধবাৰে নতুন দিল্লীত ৰঞ্জন গগৈৰ আত্মজীৱনীখন প্ৰকাশ পাইছে। ইয়াত গগৈয়ে লিখিছে যে কেন্দ্ৰই একেবাৰে এনআৰচিৰ কাম ক্ষিপ্ৰতৰ হোৱাটো বিচৰা নাছিল। ইয়াৰ বিপৰীতে এনআৰচিৰ ক্ষেত্ৰত তেওঁক লেহেম গতিত কাম কৰিবলৈ কোৱা হৈছিল।

গগৈয়ে প্ৰকাশ কৰিছে যে দেশৰ এগৰাকী শীৰ্ষতম আমোলাই তেওঁৰ ঘৰলৈ আহি এই কথা আকাৰা-ইংগিতে বুজাই দিছিল। উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলা এনআৰচি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত যাতে ক্ষিপ্ৰতা প্ৰদৰ্শন কৰা নহয়।

গগৈয়ে লিখিছে, ‘’মই আচৰিত হৈ পৰিছিলো। কিন্তু নিজৰ বিবেক বা সিদ্ধান্তত বাহিৰৰ কাৰো হস্তক্ষেপ যে পছন্দ নকৰো সেয়া স্পষ্ট তথা নম্ৰভাৱে সেই আমোলাগৰাকীক জনাই দিছিলো।‘’

Also Read:সমগ্ৰ বিশ্বনাথত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এখন বিদ্যালয়; কি আছে এই ব্যতিক্ৰমী বিদ্যালয়খনত?

প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিৰুদ্ধে অভিযোগ আনিছে।

ৰঞ্জন গগৈয়ে অভিযোগ উত্থাপন কৰি লিখিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থকাৰ সময়ত এগৰাকী কনিষ্টবলৰ ক্ষেত্ৰত গোচৰৰ ৰায় ৰাজ্য চৰকাৰৰ সপক্ষে দিবলৈ তদানীত্বন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰভাৱ খটুওৱাৰ চেষ্টা কৰিছিল।

ৰঞ্জন গগৈয়ে প্ৰকাশ কৰিছে যে তেওঁ জীৱনত এই দুবাৰেই এনেধৰণে বাহিৰৰ পৰা চাপৰ সন্মুখীন হৈছিল।

Also Read:কাজিৰঙাত কৰ্মৰত গৃহৰক্ষী জোৱান ভূপেন হাজৰিকালৈ ৰাষ্ট্ৰপতিৰ পদক; উৎফুল্লিত কাজিৰঙা

এক বিস্ফোৰক অভিযোগ তুলি আত্মজীৱনী ‘জাষ্টিছ ফৰ দ্য জাজ’ত ৰঞ্জন গগৈয়ে লগতে লিখিছে যে বিচাৰ সম্পৰ্কীয় কামকাজৰ পৰা তেওঁক অঁতৰাবলৈকে তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ অনা হৈছিল।   

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd