• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেইখন ছীমকাৰ্ড ৰাখিব পাৰিব আপুনি? অসম তথা উত্তৰ-পূব গ্ৰাহকসকলে? কেন্দ্ৰৰ বৃহৎ সিদ্ধান্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 9, 2021 3:24 pm
How many -SIM-Card-you keep
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ কিমানখন ছীমকাৰ্ড আছে? ৯খনতকৈ বেছি ছীমকাৰ্ড আছে নেকি আপোনাৰ লগত? তেতিয়াহ’লে কাটি দিয়া হ’ব আপোনাৰ ফোনৰ সংযোগ।

কেন্দ্ৰীয় টেলিকমিউনিকেশ্যন মন্ত্ৰ্যালয়ে এনে এক নিৰ্দেশনা জাৰি কৰিছে। জম্ম-কাশ্মীৰ আৰু অসম তথা উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত সৰ্বাধিক ছীমকাৰ্ড ৰখাৰ সীমা হৈছে ৬খন।

কেন্দ্ৰৰ নতুন নিৰ্দেশনা অনুসৰি, যিসকল লোকৰ একাধিক ছীমকাৰ্ড আছে তেওঁলোকে তথ্য দিব লাগিব। ইয়াৰ অন্যথা এটাৰ বাহিৰে বাকী সকলো নম্বৰৰ সংযোগ কাটি দিয়া হ’ব।

Apply Now

Also Read: দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ বাবে ভাৰতীয় টেষ্ট দল ঘোষণা, দলৰ নতুন সহ- অধিনায়ক হিচাপে নিযুক্ত ৰোহিত শৰ্মা

গ্ৰাহকসকলে অৱশ্যে কোনটো ছীম ৰাখিব বিচাৰে তাক বাচি লোৱাৰ সুযোগ পাব। ইয়াৰ বাহিৰে বাকীবোৰ বিচ্ছিন্ন কৰি দিয়া হ’ব।

টেলিকমিউনিকেশ্যন মন্ত্ৰ্যালয়ৰ নিৰ্দেশনাত কোৱা হৈছে যে ‘টেলিকমিউনিকেশ্যন মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা তথ্য সংগ্ৰহৰ সময়ত যদি দেখা যায় যে কোনো গ্ৰাহকৰ ৯খনতকৈ অধিক ছীমকাৰ্ড আছে, তেতিয়াহ’লে পুনৰ তথ্য বিচৰা হ’ব।‘ জম্ম-কাশ্মীৰ আৰু অসম তথা উত্তৰ-পূব ভাৰতৰ ক্ষেত্ৰত এই সীমা হৈছে ৬খন।

নিৰ্দেশনা স্পষ্ট কৰি দিয়া হৈছে যে কেবল কোবল নিৰ্দিষ্ট এতা কোম্পাঈৰ ৯খন ছীম নহয়, সকলো কোম্পানীৰ মিলি ৯খনৰ অধিক ছীমকাৰ্ড থাকিলেই সংযোগ কাটি দিয়া হ’ব।

Also Read: সমগ্ৰ বিশ্বনাথত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এখন বিদ্যালয়; কি আছে এই ব্যতিক্ৰমী বিদ্যালয়খনত?

জানিব পৰা মতে, বিত্তীয় কেলেংকাৰী, ভুৱা ফোন, জালিয়াতিৰ দৰে ঘটনা নিয়ন্ত্ৰণৰ লক্ষ্যৰেই এই সিদ্ধান্ত লোৱা হৈছে।

আনহাতে, যিবোৰ ছীমৰ ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰা হোৱা নাই, সেই নম্বৰসমূহ ডাটাবেছৰ পৰা অঁতৰাই দিবলৈ টেলিকম সংস্থাসমূহক কেন্দ্ৰই নিৰ্দেশ দিছে।

নিয়ম অনুসৰি, যি ছীমৰ ক্ষেত্ৰত তথ্য বিচৰা হোৱা নাই সেইবোৰৰ গ্ৰাহকসকলে যদি ছীম এৰি দিব বিচাৰে তেতিয়াহ’লে সেই ছীমসমূহৰ ডাটা পৰিসেৱাকে ধৰি কল কৰাৰ ‘আউটগ’য়িং’ পৰিসেৱা ৩০ দিনৰ ভিতৰত বন্ধ হৈ যাব। সেইদৰে কলৰ ‘ইনকামিং’ পৰিসেৱা ৪৫ দিনৰ ভিতৰত বন্ধ হৈ পৰিব। গ্ৰাহকসকলে পুনৰ তথ্য দাখিল নকৰিলে ৬০ দিনৰ ভিতৰত সংযোগ কাটি দিয়া হ’ব।

Also Read: ভূমি কেলেংকাৰী: আৰক্ষীৰ নিচ্ছিদ্ৰ নিৰাপত্তাৰ মাজতো জ্বলিল হিমন্ত বিশ্বৰ পুত্তলিকা

কেন্দ্ৰৰ নিৰ্দেশনা অনুসৰি গ্ৰাহকসকল যদি বিদেশত থাকে বা হাস্পাতালত ভৰ্তি হৈ থাকে তথা বিশেষভাৱে সক্ষম হয় তেতিয়াহ’লে অতিৰিক্ত ৩০দিন দিয়া হ’ব।

অৱশ্যে কোনো এজেন্সি বা বিত্তীয় প্ৰতিষ্ঠানে যদি কোনো নম্বৰক চিহ্নিত কৰে তেতিয়াহ’লে পাঁচদিনৰ ভিতৰত ‘আউটগ’য়িং’ পৰিসেৱা বন্ধ কৰি দিয়া হ’ব। সেইদৰে ‘ইনকামিং’ পৰিসেৱা ১০ দিনৰ ভিতৰত বন্ধ কৰি দিয়া হ’ব। গ্ৰাহকে পুনৰ তথ্য দাখিল নকৰিলে ১৫দিন ভিতৰত সংযোগ কাটি দিয়া হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

যুদ্ধ বন্ধ কৰিবলৈ পুটিনলৈ জেলেনস্কিৰ মুকলি চিঠি; কি লিখিলে এই পত্ৰত?

June 5, 2026 3:21 pm
পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

পুনৰ উত্তপ্ত মণিপুৰ, ৩ জন সাধাৰণ নাগৰিকৰ মৃত্যু; কেইবাটাও ঘৰত অগ্নিসংযোগ, কি পৰিস্থিতি?

June 5, 2026 2:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd