• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পঞ্জাৱৰ আদালত চৌহদত বিস্ফোৰণ, দুজন নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2021 1:26 pm
Blast in Punjab court
3.7k
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ লুধিয়ানাৰ এখন আদালত চৌহদত হোৱা বিস্ফোৰণত দুজন লোকৰ মৃত্যু হৈছে।

বিস্ফোৰণটোত চাৰিজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে।

দুপৰীয়া প্ৰায় ১২:২২ বজাত আদালতৰ দ্বিতীয় মহলাৰ এটা বাথৰুমত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰিছে। ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈছে।

Recent News

উত্তৰ সাগৰত এটা বটলত উদ্ধাৰ হোৱা ৪৭ বছৰীয়া এক ৰহস্য উদঘাটন!

উত্তৰ সাগৰত এটা বটলত উদ্ধাৰ হোৱা ৪৭ বছৰীয়া এক ৰহস্য উদঘাটন!

বিয়াৰ পূৰ্বেই পৰিয়ালক সকীয়াই দিছিল সোণমে! জোৰ জুলুমকৈ বিয়া দিয়াৰ ফলত এতিয়া ধ্বংস দুটা পৰিয়াল

বিয়াৰ পূৰ্বেই পৰিয়ালক সকীয়াই দিছিল সোণমে! জোৰ জুলুমকৈ বিয়া দিয়াৰ ফলত এতিয়া ধ্বংস দুটা পৰিয়াল

৫০ বছৰৰ পিচত সহপাঠীৰ ওপৰত প্রতিশোধ!

৫০ বছৰৰ পিচত সহপাঠীৰ ওপৰত প্রতিশোধ!

কাৰিকৰী বিজুতিৰ বাবে পুনৰ পিছুৱাই দিয়া হৈছে এক্সিয়াম-৪ উৎক্ষেপণ

কাৰিকৰী বিজুতিৰ বাবে পুনৰ পিছুৱাই দিয়া হৈছে এক্সিয়াম-৪ উৎক্ষেপণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd