• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচন: কংগ্ৰেছৰ সমষ্টিভিত্তিক প্ৰাৰ্থী তালিকা ঘোষণা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 29, 2021 4:18 pm
congressfla
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

ড়মুঠ ২২ টা সমষ্টিৰ ভিতৰত আজি প্ৰথম তালিকাত ২১ টা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সকলৰ নামৰ তালিকা আজি ঘোষণা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় যে বাকী থকা প্ৰাৰ্থীৰ নাম আজি সন্ধিয়াৰ ভাগত চূড়ান্ত কৰি সদৰী কৰা হ’ব।

Apply Now

উল্লেখযোগ্য যে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ২২ নং মাৰবিল নাহৰকটীয়া সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থী গৰাকীৰ নাম আজি নিশাৰ ভিতৰত ঘোষণা কৰা হ’ব বুলি প্ৰদেশ কংগ্ৰেছৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে।

ইয়াৰ বাহিৰে বাকী ২১ টা সমষ্টিৰ  প্ৰাৰ্থীৰ নাম প্ৰদেশ কংগ্ৰেছে ঘোষণা কৰিছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ মনজিৎ মহন্তই এক বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে।

সমষ্টি অনুসৰি টিকট লাভ কৰা প্ৰাৰ্থীসকল হ’ল— নগাবাট সমষ্টি (এছটি) শ্ৰী সুনীল ৰেগান ,বৰহোলা সমষ্টি (সাধাৰণ মহিলা) বন্টি বৰা শইকীয়া, মাধপুৰ সমষ্টি (এছটি) অনিল কচাৰী ,ফুলবাৰী সমষ্টি (এছটি)  ৰাতুল গোস্বামী ,দিহিঙিয়া সমষ্টি (এছটি) অচিন্ত্য শইকীয়া ,  তিতাবৰ সমষ্টি (এছটি)  লক্ষ্যজিত হাজাৰিকা ,চামগুৰি সমষ্টি (এছটি)  অক্ষয় জ্যোতি শইকীয়া ,বৰুৱাজান সমষ্টি (এছটি) শ্ৰী কানৰাম কচাৰী , জালুকনিবাৰী সমষ্টি (এছটি) শ্ৰী পুনেশ্বৰ শইকীয়া , তামুলবাৰী সমষ্টি (এছটি)  লক্ষেশ্বৰ হাজৰিকা ,থেংগাল কমাৰ গাঁও সমষ্টি (এছটি) বিপিন বৰা ,গেলাবিল সমষ্টি (এছটি)  হিৰণ্য বৰা , কাছমাৰী সমষ্টি (এছটি মহিলা)  জাহ্নবী শইকীয়া,চাওদাং পথাৰ সমষ্টি (এছটি)ছায়া থেংগাল ,চাওদাং পথাৰ দৈয়াং সমষ্টি (এছটি)  উৎপল থেংগাল ,বঙালমৰা (পাব-ডিক্ৰং) সমষ্টি (এছটি)  কৃষ্ণ হাজৰিকা ,পাভো (লালুক) সমষ্টি (এছটি)  মহেন্দ্ৰ শইকীয়া ,লখিমপুৰ পূব সমষ্টি (এছটি মহিলা)  টুলুমনি সোণোৱাল বৰা, বিহপুৰীয়া (দক্ষিণ) সমষ্টি (এছটি) শ্ৰী ৰাজ কুমাৰ বৰা ,জাকৈপেলোৱা হাৰমতী সমষ্টি (এছটি)  অপূৰ্ব হাজৰিকা , ৰূপহী বৰগোৰা সমষ্টি (এছটি) মৃদু পৱন বৰা  মেৰবিল নাহৰকটীয়া সমষ্টি (এছটি) অ-ঘোষিত।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd