• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত গ্ৰাহকক ব্যৱসায়ীৰ ৰামঠগন: জালিয়াতিৰে এটা সামগ্ৰীত দুটাকৈ মূল্যৰ ষ্টিকাৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
February 2, 2022 5:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰত বস্ত্ৰ ব্যৱসায়ীৰ গ্ৰাহকক ৰামঠগন । বৰ্ডিং ৰোডস্থিত চৌধাৰী বস্ত্ৰালয় নামৰ কাপোৰ বিপনী খনত ৰামঠগন গ্ৰাহকক । ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা জাকিৰ আলম বড়া নামৰ যুৱক জনে ক্ৰয় কৰিছিল LUX INFERNO নামৰ এবিধ সামগ্ৰী ।

কিন্তু যুৱক জনে প্ৰত্যক্ষ কৰিলে একেটা পেকেটত দুটা মূল্যৰ ষ্টিকাৰ । এটাত ৫৮১আৰু তাৰ তলত ৫০১মূল্যৰ অন্য এটা ষ্টিকাৰ লগাই প্ৰতিষ্ঠানখনে জালিয়াতি কৰাৰ তথ্য পোহৰলৈ অহাত গ্ৰাহকজনে উত্তপ্ত কৰি তোলে পৰিৱেশ ।

Apply Now

এটা মূল্যৰ ষ্টিকাৰৰ ওপৰত অতি কৌশলেৰে অন্য এটা ষ্টিকাৰ লগাই গ্ৰাহকক ঠগি আহিছিল বিপিন চৌধাৰী মালিকাধীন ব্যৱসায়ী প্ৰতিষ্ঠানখনেইফালে বস্ত্ৰালয়ৰ খনৰ স্বতাধিকাৰী বিপিন চৌধাৰীয়ে এই সামগ্ৰী খিনি মাঙ্গীলাল মহেশ্বৰী নামৰ দোকানৰ পৰা ক্ৰয় কৰিছিল বুলি প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে LUX UNFERNOৰ শিৱসাগৰৰ DISTRIBUTORSHIP আছে মাঙ্গীলাল মহেশ্বৰী নামৰ কাপোৰৰ বিপনীখনৰ নামত।এতিয়া প্ৰশ্ন হ’ল এই জালিয়াতিৰে গ্ৰাহকক কোনে প্ৰৱঞ্চনা কৰি আহিছিল ?

শিৱসাগৰ জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে এইদৰে এচাম অসাধু ব্যৱসায়ীয়ে গ্ৰাহকক লুন্ঠন কৰি অহাৰ লগতে প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই এনে কাণ্ড সংঘটিত কৰি আহিবলৈ সাহস পাইছে এই আসাধু ব্যৱসায়ী সকলে.ইতিমধ্যে চৌধাৰী বস্ত্ৰালয়ৰ এই জালিয়াতিৰ বিৰুদ্ধে ভুক্তভোগী জাকিৰ আলম বৰাই শিৱসাগৰ সদন থানাত এজাহাৰ দাখিল কৰিছে ।

শিৱসাগৰত গ্ৰাহক সুৰক্ষা আইন ভৰিৰে মোহাৰি কাপোৰ বিক্ৰীৰ নামত বাৰুকৈয়ে ৰামঠগন দি অহা ” মাঙ্গিলাল মহেশ্বৰী ” নামৰ বস্ত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ বিৰোদ্ধে প্ৰশাসনে অদ্যপি ব্যৱস্থা নোলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনহাতে অভিযোগকাৰী তথা ভুক্তভোগী যুৱকজনে এই সন্দৰ্ভত সদৰ থানাত এজেহাৰ দাখিল কৰিলে যদিও ৰহস্যজনক কাৰণত তদন্ত ক্ষীপ্ৰ কৰা নাই।

ইফালে শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া এই সন্দৰ্ভত প্ৰতিষ্ঠানখনত উপস্থিত হৈ বিজ্ঞানসন্মত ভাৱে কোনো তদন্ত নকৰি কেৱল সোধাপোচা কৰিয়েই দায়িত্ব সামৰে।

আনহাতে ব্যৱসায়িক সকলৰ বিভিন্ন বিষয়ত সততে সৰৱ হোৱা দৌলমুখ চাৰি আলিৰ ব্যৱসায়িক সন্থাই অনাগত দিনত এনে প্ৰতিষ্ঠাৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd