• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত গ্ৰাহকক ব্যৱসায়ীৰ ৰামঠগন: জালিয়াতিৰে এটা সামগ্ৰীত দুটাকৈ মূল্যৰ ষ্টিকাৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
February 2, 2022 5:42 pm
202
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰত বস্ত্ৰ ব্যৱসায়ীৰ গ্ৰাহকক ৰামঠগন । বৰ্ডিং ৰোডস্থিত চৌধাৰী বস্ত্ৰালয় নামৰ কাপোৰ বিপনী খনত ৰামঠগন গ্ৰাহকক । ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা জাকিৰ আলম বড়া নামৰ যুৱক জনে ক্ৰয় কৰিছিল LUX INFERNO নামৰ এবিধ সামগ্ৰী ।

কিন্তু যুৱক জনে প্ৰত্যক্ষ কৰিলে একেটা পেকেটত দুটা মূল্যৰ ষ্টিকাৰ । এটাত ৫৮১আৰু তাৰ তলত ৫০১মূল্যৰ অন্য এটা ষ্টিকাৰ লগাই প্ৰতিষ্ঠানখনে জালিয়াতি কৰাৰ তথ্য পোহৰলৈ অহাত গ্ৰাহকজনে উত্তপ্ত কৰি তোলে পৰিৱেশ ।

এটা মূল্যৰ ষ্টিকাৰৰ ওপৰত অতি কৌশলেৰে অন্য এটা ষ্টিকাৰ লগাই গ্ৰাহকক ঠগি আহিছিল বিপিন চৌধাৰী মালিকাধীন ব্যৱসায়ী প্ৰতিষ্ঠানখনেইফালে বস্ত্ৰালয়ৰ খনৰ স্বতাধিকাৰী বিপিন চৌধাৰীয়ে এই সামগ্ৰী খিনি মাঙ্গীলাল মহেশ্বৰী নামৰ দোকানৰ পৰা ক্ৰয় কৰিছিল বুলি প্ৰকাশ কৰিছে ।

উল্লেখযোগ্য যে LUX UNFERNOৰ শিৱসাগৰৰ DISTRIBUTORSHIP আছে মাঙ্গীলাল মহেশ্বৰী নামৰ কাপোৰৰ বিপনীখনৰ নামত।এতিয়া প্ৰশ্ন হ’ল এই জালিয়াতিৰে গ্ৰাহকক কোনে প্ৰৱঞ্চনা কৰি আহিছিল ?

শিৱসাগৰ জিলা প্ৰশাসনৰ চকুৰ সন্মুখতে এইদৰে এচাম অসাধু ব্যৱসায়ীয়ে গ্ৰাহকক লুন্ঠন কৰি অহাৰ লগতে প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই এনে কাণ্ড সংঘটিত কৰি আহিবলৈ সাহস পাইছে এই আসাধু ব্যৱসায়ী সকলে.ইতিমধ্যে চৌধাৰী বস্ত্ৰালয়ৰ এই জালিয়াতিৰ বিৰুদ্ধে ভুক্তভোগী জাকিৰ আলম বৰাই শিৱসাগৰ সদন থানাত এজাহাৰ দাখিল কৰিছে ।

শিৱসাগৰত গ্ৰাহক সুৰক্ষা আইন ভৰিৰে মোহাৰি কাপোৰ বিক্ৰীৰ নামত বাৰুকৈয়ে ৰামঠগন দি অহা ” মাঙ্গিলাল মহেশ্বৰী ” নামৰ বস্ত্ৰ ব্যৱসায়িক প্ৰতিষ্ঠান খনৰ বিৰোদ্ধে প্ৰশাসনে অদ্যপি ব্যৱস্থা নোলোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

আনহাতে অভিযোগকাৰী তথা ভুক্তভোগী যুৱকজনে এই সন্দৰ্ভত সদৰ থানাত এজেহাৰ দাখিল কৰিলে যদিও ৰহস্যজনক কাৰণত তদন্ত ক্ষীপ্ৰ কৰা নাই।

ইফালে শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া এই সন্দৰ্ভত প্ৰতিষ্ঠানখনত উপস্থিত হৈ বিজ্ঞানসন্মত ভাৱে কোনো তদন্ত নকৰি কেৱল সোধাপোচা কৰিয়েই দায়িত্ব সামৰে।

আনহাতে ব্যৱসায়িক সকলৰ বিভিন্ন বিষয়ত সততে সৰৱ হোৱা দৌলমুখ চাৰি আলিৰ ব্যৱসায়িক সন্থাই অনাগত দিনত এনে প্ৰতিষ্ঠাৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ’ব।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd