• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সুৰ সম্ৰাজ্ঞীৰ অন্তিম যাত্ৰাৰ এখন ভাইৰেল ছবিয়ে তুলি ধৰিলে ‘ভাৰতীয়তা’ৰ প্ৰতিফলন!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2022 10:45 am
Srk
212
VIEWS
Share on FacebookShare on Twitter

সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ মহাকাব্যিক জীৱনৰ বিষয়ে ক’বলৈ গ’লেই এটা কথাই আউল লগাব, আৰু সেয়া হ’ল ’কাহা শুৰু, কাহা খতম’। প্ৰতিগৰাকী ভাৰতীয় অন্তৰ জয় কৰা কোকিলকণ্ঠী সকলো ৰাজনীতিৰ উৰ্দ্ধত।

বিদায়ৰ দিনটোতে সেই কথা যেন আকৌ এবাৰ প্ৰমান হ’ল। সকলো দ্বেষ-বিদ্বেষ পাহৰি সকলোৱে ভাৰতৰত্ন লতাজীৰ বিয়োগত শোকস্তব্ধ হৈ পৰিল। গোটেই দিনটো কেবল তেওঁৰ সুৰৰ মায়াজালত বন্দী হৈ অজস্ৰ অনুৰাগীয়ে জনালে অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি।

দেওবাৰে শিৱাজী পাৰ্কত লতাজীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছিল শ্বাহৰুখ খান। তেওঁৰ সৈতে আহিছিল তেওঁৰ মেনেজাৰ পূজা দাদলানি। তেওঁলোকৰ শেষ শ্ৰদ্ধাঞ্জলিৰ ছবি এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

tribute to lataji

ছবিখনত শ্বাহৰুখ খানে দুহাত তুলি ‘দোৱা’ কৰাৰ ভংগীৰে আল্লাৰ ওচৰত প্ৰাৰ্থনাত মগ্ন থকাৰ বিপৰীতে তেওঁৰ মেনেজাৰ পূজাই হাতযোৰ কৰি শ্ৰদ্ধা জনাইছে। প্ৰাৰ্থনাৰ ভংগী পৃথক হ’লেও শ্ৰদ্ধা জনোৱাৰ ভাষা যে সুকীয়া নহয় তাৰেই যেন প্ৰতিফলন ঘটিছে এই ছবিত।

লগতে পঢ়ক: বেটে-বলে উজলিল টীম ইণ্ডিয়া; ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক

দেশৰ কিংবদন্তি কণ্ঠশিল্পীগৰাকীৰ কণ্ঠই কেনেদৰে দেশৰ সমন্বয় আৰু একতাক এক সূত্ৰৰে বান্ধি ৰাখিব পাৰে তাকেই প্ৰমান কৰি দিলে শ্বাহৰুখ আৰু পূজাৰ ছবিখনে।

ছচিয়েল মিডিয়াত ভাৰতীয়তাৰ প্ৰতিফলন ঘটা এই ছবিখনক লৈ অজস্ৰ নেটিজেনে সাধুবাদ জনাইছে।         

Recent News

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

ভয়াবহ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২৭৪ লৈ বৃদ্ধি; বিমানযাত্ৰীৰ উপৰি আন ৩৩জন কোন?

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd