• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাইজেৰিয়ান কোকেইন সৰবৰাহকাৰীৰে কি সম্পৰ্ক অসমৰ মাৰোৱাৰী ব্যৱসায়ীৰ?

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
February 15, 2022 1:16 pm
WhatsApp Image 2022-02-15 at 12.21.34 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোকেইনসহ গ্ৰেপ্তাৰ হোৱা দুই নাইজেৰিয়ান সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত পানবজাৰ আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে আটক কৰিলে আন এজনক আৰু সোধা পোছাৰ বাবে আনিলে আন এজনক। ছোনি সোনাৰ নামৰ এজন গাড়ীচালকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে প্ৰতীক আগৰৱালা নামৰ মাৰোৱাৰী ব্যৱসায়ীক আটক কৰে যদিও সোধা পোছাৰ বাবে আনিলে গাড়ী চালক ছেনিংঠন মাৰাকক।

Apply Now

সুত্ৰ অনুসৰি দুই নাইজেৰিয়ানৰ পৰা কোকেইন সংগ্ৰহ কৰিবলৈ প্ৰতীক আগৰৱালাই পঠাইছিল গাড়ীচালক ছোনি সোনাৰক।

লগতে পঢ়ক: হাজোৰ কুলহাটীত ভয়ংকৰ বিস্ফোৰণ; চিচিটিভিত বন্দী হ’ল সমগ্ৰ দৃশ্য

গাড়ীৰ মালিক প্ৰতীক আগৰৱালাৰ নিৰ্দেশ মতেই শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহিছিল ছোনি সোনাৰ।

আনহাতে, প্ৰতীক আগৰৱালাক ড্ৰাগছ সংগ্ৰহ কৰাৰ নিৰ্দেশ দিছিল দুই মাৰোৱাৰীয়ে।

ইপিনে, দুই মাৰোৱাৰীৰ সন্ধানত ক্ৰাইম ব্ৰান্সে অভিযান চলায় যদিও বৰ্তমানো  দুয়োজন পলাতক হৈ আছে। সূত্ৰ অনুসৰি ডাউকী সীমান্ত পাৰ কৰাৰ দায়িত্ব আছিল ছোনি সোনাৰক।

দুই নাইজেৰিয়ানে বাংলাদেশৰ পৰাই মেঘালয় হৈ সোমাইছিল অসমত। তাৰ পিছত দিল্লীলৈ গৈ কোকেইন বিক্ৰী কৰি পুনৰ উভতি আহিছিল অসমলৈ। লগত আছিল কোকেইন। অসমৰ পৰা পুনৰ বাংলাদেশ যোৱাৰ কথা আছিল দুই নাইজেৰিয়ানৰ।

মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ পঠোৱাৰ দায়িত্ব আছিল গাড়ীচালক ছোনি সোনাৰৰ।

প্ৰতীক আগৰৱালাৰ IPC ৰ অধীনত 164 ষ্টেটমেণ্ট আদালতত ৰেকৰ্ড হৈছে।

ইপিনে, এদিনৰ জিম্মাত থকা দুই নাইজেৰিয়ানক হাজিৰ কৰোৱা হয় আদালতত। দুই নাইজেৰিয়ানক পুনৰ ১০ দিনৰ জিম্মাত বিচাৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক: মহানগৰীৰ স্পা পাৰ্লাৰত GMCৰ অভিযান; সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী

উল্লেখযোগ্য যে, শনিবাৰে গুৱাহাটী ৰে’লৱে ষ্টেছনত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ক্ৰাইম ব্ৰান্সে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল ইমানুৱেল এনুমা ডাইক আৰু ইফিনি চাৰ্লচ অকোৱাকাজ নামৰ দুই নাইজেৰিয়ানক। দুই নাইজেৰিয়ানৰ পৰা ২০ গ্ৰাম কোকেইন জব্দ কৰিছিল ক্ৰাইম ব্ৰান্সে।

অতি শীঘ্ৰে জালত পৰাৰ সম্ভাৱনা আছে বহু সম্ভ্ৰান্ত ঘৰৰ লোক। পলাতক মাৰোৱাৰী ব্যৱসায়ী এজনৰ নাম কিষাণ আগৰৱাল বুলি জানিব পৰা গৈছে।  

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd