DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাজোৰ কুলহাটীত ভয়ংকৰ বিস্ফোৰণ; চিচিটিভিত বন্দী হ’ল সমগ্ৰ দৃশ্য

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
February 15, 2022 12:41 pm
blast in Kulhati Hajo

ফটো: নৰ্থইষ্ট নাও।

149
VIEWS
Share on FacebookShare on Twitter

পুৱাই এটা প্ৰচণ্ড বিষ্ফোৰণে কপাঁলে তীৰ্থনগৰী হাজোৰ কুলহাটী অঞ্চল। এই বিষ্ফোৰণক কেন্দ্ৰ কৰি পুৱাই হাহাকাৰ কুলহাটীত।

কিন্তু দৰাচলতে কি হৈছিল কুলহাটীত? কুলহাটীৰ মাজকুছিত কিছুদিন পূৰ্বে জলজীৱন মিছনৰ অধীনত নিৰ্মাণ কৰা হৈছিল এটা পানী টেংক।

জলজীৱন মিছনৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে চৰকাৰে লাখ লাখ টকা ব্যয় কৰি মাজকুছিত নিৰ্মাণ কৰিছিল টেংকটো।

লগতে পঢ়ক: মহানগৰীৰ স্পা পাৰ্লাৰত GMCৰ অভিযান; সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী

কিন্তু তেনে সময়তে সংঘটিত হ’ল এক ভয়ংকৰ অঘটন। নৱনিৰ্মিত জলজীৱন মিছনৰ ৯০ হাজাৰ লিটাৰৰ টেংকটোত, কৰ্মৰত এজন কৰ্মচাৰীয়ে পানী উঠাই থকাৰ সময়তে হঠাৎ বিষ্ফোৰণ ঘটি কুলহাটী-মাজকুচি সংযোগী পথত সৃষ্টি কৰিলে কৃত্ৰিম বানপানীৰ।

এই ঘটনা সংঘটিত হোৱাৰ সময়ত পথটোৱেৰে এখন চাইকেলৰে আহি থকা অৱস্থাত লোক এজনক পানীৰ তীব্ৰ সোঁতে চাইকেলসহ উটুৱাই লৈ যায়। এই সমগ্ৰ দৃশ্য বন্দী হয় এঘৰ লোকৰ CCTV কেমেৰাত।

কেৱল এয়াই নহয়, এই ঘটনাত এখন ব্যৱসায়িক প্ৰতিষ্ঠান সহ দুটাকৈ পৰিয়ালো ক্ষতিগ্ৰস্ত হৈছে। এই ঘটনাই এতিয়া সমগ্ৰ কুলহাটী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক:শিৱসাগৰৰ ১৪ টা ৱাৰ্ডৰ পৌৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতি আৰু ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই নৱনিৰ্মিত টেংকটো বিষ্ফোৰণ ঘটিত এই ঘটনা সংঘটিত হবলৈ পালে বুলি স্থানীয় ৰাইজে এতিয়া অভিযোগ উত্থাপন কৰিছে।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd