• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন আতংক ‘লাছা ফীভ্যাৰ’ ৰোগটোনো কি? ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2022 8:22 am
PRI217090259

প্ৰতিনিধিত্বমূলক সংগৃহিত ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত কৰ’নাৰ আতংক লাহে লাহে হ্ৰাস পোৱা যেন দেখা গৈছে যদিও আন এক ৰোগ ‘লাছা ফীভ্যাৰ’ (Lassa fever) য়ে নতুনকৈ আতংকৰ সৃষ্টি কৰা দেখা গৈছে। দৰাচলতে এই লাছা ফীভ্যাৰনো কি আৰু এই ৰোগ কিমান মাৰাত্মক সেই বিষয়ে বিভিন্ন চৰ্চা অব্যাহত আছে।  

১৯৬৯চনত নাইজেৰিয়াত প্ৰথম দেখা দিয়া লাছা ফীভ্যাৰ নিয়ন্ত্ৰণ হোৱাৰ ১৩ বছৰ পিছত পুনৰ ইংলেণ্ডলৈ ঘুৰি আহিছে। দেশখনত তিনিজন এই ৰোগৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু ইয়াৰে এজনৰ মৃত্যু হৈছে।

লাছা ফীভ্যাৰৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে বহুতৰে মাজত আশংকাই দেখা দিছে। কৰ’না পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ হৈ উঠাৰ পূৰ্বেই আন এক ৰোগৰ আতংকই স্বাভাৱিকতে উদ্বিগ্নতা বৃদ্ধি কৰিছে।

Apply Now

লগতে পঢ়ক:  দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন যুৱক

এসময়ত এই ৰোগৰ সংক্ৰমণ মূলত এন্দুৰৰ পৰাই ঘটিছিল। কিন্তু লাছা ফীভ্যাৰক লৈ আতংকিত হোৱাৰ কাৰণ আছেনে? তদুপৰি, ভাৰতত ইয়াৰ সংক্ৰমণ ঘটাৰ আশংকা আছেনে?

বৰ্তমানলৈকে আফ্ৰিকাৰ বহুকেইখন দেশত এই ৰোগ বিয়পি পৰিছে। আফ্ৰিকাৰ বিভিন্ন দেশৰ পৰা ঘুৰি অহা দুই এজন লোকৰ মাজত সংক্ৰমণ ঘটাৰ ফলত  ভাৰতলৈও এই ৰোগ অহাৰ অনুমান কৰা হৈছে।

পিচে, ভাৰতত এই ৰোগ বিয়পি পৰাৰ বা বৃদ্ধি পোৱাৰ দৰে কোনো তথ্য এতিয়াও পোৱা হোৱা নাই।

চিকিৎসকৰ মতে লাছা ফীভ্যাৰৰ লক্ষণৰ ভিতৰত আক্ৰান্ত ব্যক্তিৰ সাধাৰণ জ্বৰ, ক্লান্তি, মূৰৰ বিষৰ দৰে লক্ষণ দেখা দিব পাৰে যদিও সেয়া মাৰাত্মক হৈ উঠাৰ সম্ভাৱনা নাই।

তদুপৰি, কিছুমান লোকৰ পেটৰ অসুখ, বমি, শ্বাস-প্ৰশ্বাসৰ দৰে সমস্যাও হ’ব পাৰে। খুব কম ক্ষেত্ৰত কেতিয়াবা ৰক্তক্ষৰণ ঘটিব পাৰে আৰু তেনেক্ষেত্ৰত মৃত্যুৰ আশংকাই দেখা দিয়ে।

লগতে পঢ়ক: দুধনৈত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজপথতে মহিলাক ডিঙি কাটি হত্যা

চিকিৎসকে জানিব দিয়া মতে এই ৰোগতো অক্সিজেন ছাপোৰ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন দৰৱৰ প্ৰয়োগ প্ৰয়োজন হয়। অৱশ্যে বহুতেই দৰৱ ব্যৱহাৰ নকৰাকৈও সুস্থ হৈ উঠে।  

লাছা ফীভ্যাৰৰ পৰা হাত সাৰি থাকিবলৈ এন্দুৰে মুখ দিব নোৱাৰাকৈ খাদ্যবস্তু দূৰত ৰখা প্ৰয়োজন। লাছা ফীভ্যাৰৰ দ্বাৰা আক্ৰান্ত ব্যক্তি পৰা দূৰত থকাৰ লগতে স্বাস্থ্যসন্মত ব্যৱস্থা মানি চলা উচিত। লগতে সাধাৰণ সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

পৰিৱেশ সুৰক্ষাৰ কোনো ভৌগোলিক সীমা নাই: ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ সন্মিলনত মুখ্য ন্যায়াধীশ

September 19, 2026 4:15 pm
ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

ৰাছিয়াক এঘৰীয়া কৰিবলৈ গৈ ভাৰতলৈ ট্ৰাম্পৰ ভাবুকি! ১০০ শতাংশ শুল্কৰ কঠোৰ বিধেয়কত স্বাক্ষৰ

September 19, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd