DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুধনৈত চাঞ্চল্যকৰ হত্যাকাণ্ড: ৰাজপথতে মহিলাক ডিঙি কাটি হত্যা

নীলমণি শৰ্মা, কৃষ্ণাই by নীলমণি শৰ্মা, কৃষ্ণাই
February 20, 2022 8:57 pm
Murder in Assam
238
VIEWS
Share on FacebookShare on Twitter

দুধনৈৰ দামৰা বজাৰত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে৷ ৰাজপথতে এগৰাকী মহিলাক দাৰে ডিঙি কাটি হত্যা কৰা হৈছে৷

মৃত মহিলা গৰাকীৰ নাম থেংচিলা আৰ মাৰাক বুলি জানিব পৰা গৈছে। হত্যাকাৰী ব্ৰিলিয়ান চাংমাক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷

মৃত মহিলা গৰাকী হত্যাকাৰী ব্ৰিলিয়ান চাংমাৰ প্ৰাক্তন পত্নী৷ দুয়ো বিবাহ পাশত আৱদ্ধ হৈছিল যদিও দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছে।

মৃত মহিলা গৰাকী দামৰাৰ আপাৰ নিচানগ্ৰামত আজি বিয়লি বজাৰ কৰিবলৈ আহিছিল।

বজাৰ কৰি ঘৰলৈ গৈ থকাৰ সময়তে ব্ৰিলিয়ান চাংমাই দাৰে ঘপিয়াই ৰাজপথতে হত্যা কৰে মহিলা গৰাকীক।

ইফালে ৰাইজ আৰু আৰক্ষীয়ে হত্যাকাৰীক খেদি খেদি কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

হত্যাকাৰী জনক ৰাইজৰ হাতত গোটাই দিবলৈ আৰক্ষীক দাবী জনাই ঘটনাস্থলীৰ পৰা মৃতদেহ অনাত বাধা প্ৰদান কৰে ৰাইজে৷

পৰিস্থিতি যথেষ্ট উপ্তত্ত হৈ পৰে আৰু একাংশ লোকে আনকি আৰক্ষীকো আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে৷

পৰিস্থিতিয়ে গুৰুতৰ ৰূপ লোৱাৰ পিছতে ঘটনাস্থলীত অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা হয়।

শেষত মৃতদেহটো দুধনৈ আৰক্ষী থানালৈ লৈ আনে যদিও ক্ষুদ্ধ ৰাইজে দামৰা আৰক্ষী চকীৰ সমুখত পুনৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷

Recent News

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

বঙাইগাঁও জিলা অতিৰিক্ত ( ঠিকাভিত্তিক) শিক্ষক সন্থাৰ সভা সম্পন্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd