• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ন যযৌ ন তস্থৌ ভাৰত! ইউক্ৰেইন যুদ্ধত ভাৰতৰ ‘সন্তুলন ৰক্ষা’ৰ কূটনৈতিক স্থিতিক লৈ অসন্তুষ্ট বিডেন?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2022 11:09 am
biden-modi-putin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে ইউক্ৰেইন যুদ্ধত কোনো পক্ষ লোৱা নাই। ইয়াৰ পৰিৱৰ্তে ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থিতিৰ মাজত সন্তুলন ৰক্ষা কৰি চলাৰ নীতি লৈছে। তাৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ভাৰতৰ সৈতে এতিয়াও মত-পাৰ্থক্যৰ সম্পূৰ্ণ অৱসান ঘটা নাই বুলি স্পষ্ট কৰি দিছে।

হোৱাইট হাউছত বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলত সাংবাদিকে বিডেনক প্ৰশ্ন কৰিছিল যে প্ৰতিৰক্ষাৰ দিশত আমেৰিকাৰ গুৰুত্বপূৰ্ণ বন্ধুদেশ ভাৰতে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ত ৱাশ্বিটনৰ স্থিতিক সমৰ্থন কৰিছেনে?

ইয়াৰ উত্তৰত ৰাষ্ট্ৰপতি বিডেনে কৈছিল, ‘আমি ভাৰতৰ সৈতে আজিও আলোচনা চলাই আছো। সেই বিষয়টোৰ সম্পূৰ্ণ সমাধান হোৱা নাই।‘

Apply Now

লগতে পঢ়ক: ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে কি পদক্ষেপ লৈছে বৈদেশিক মন্ত্ৰ্যালয়ে? চাওক সৱিশেষ

ইপিনে, ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত কূটনৈতিকভাৱে ভাৰত অত্যন্ত চাপত আছে। এইক্ষেত্ৰত ভাৰতৰ অৱস্থা ন যযৌ ন তস্থৌ। অৰ্থাৎ আগবাঢ়িবও নোৱাৰি, পিছুৱাবও নোৱাৰি।

ভাৰতে যদি ৰাছিয়াক স্পষ্টভাৱে সমৰ্থন কৰে তেতিয়া আমেৰিকাকে ধৰি ইয়াৰ সহযোগী দেশসমূহ অসন্তুষ্ট হৈ পৰি পাৰে। ই ভাৰতৰ প্ৰতিৰক্ষা, বাণিজ্যকে ধৰি বিভিন্ন ক্ষেত্ৰত বৃহৎ ক্ষতি কৰিব।

আনহাতে, আমেৰিকাক সম্পূৰ্ণ সমৰ্থন কৰিলেও ভাৰত ক্ৰেমলিনৰ ৰোষত পৰিব পাৰে। ইতিমধ্যে ভাৰতৰ দুখন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীন ৰাছিয়াৰ কাষত থিয় দিছে।

এনে পৰিস্থিতিত নতুন দিল্লীয়ে সন্তুলনৰ কূটনীতিক অগ্ৰাধিকাৰ দিছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰত চীন আৰু পাকিস্তানক প্ৰতিহত কৰাৰ স্বাৰ্থতে আমেৰিকাক অসন্তুষ্ট কৰিব বিচৰা নাই ভাৰতে।

লগতে পঢ়ক: টীম ইণ্ডিয়াৰ বেটিং তাণ্ডৱ! টী-২০ ছিৰিজৰ প্ৰথমখন মেচত শ্ৰীলংকাক হৰুৱাই অগ্ৰগতি ভাৰতৰ

ইপিনে, ভাৰতে ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতৰ বিষয়টো কূটনৈতিকভাৱে তথা আলোচনাৰ জৰিয়তে সমাধানৰ দোহাই দি ৰাছিয়াক সমালোচনা কৰাৰ পৰাও বিৰত আছে। ভাৰতৰ এনে স্থিতিক মস্কোই আদৰণিও জনাইছে।  

ৱাশ্বিংটনৰ সূত্ৰসমূহৰ মতে ভাৰতৰ সন্তুলন ৰক্ষাৰ কূটনৈতিক স্থিতিকলৈ কিছু অসন্তুষ্ট জো বিডেন। সেয়ে, বিডেনৰ কণ্ঠত তাৰ অনুৰণনো ফুটি উঠিছে।     

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

মাত্ৰ ২৩ মাহতেই ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰমাৰে পদত্যাগ কৰাৰ সম্ভাৱনা, কোনে ল’ব পৰৱৰ্তী দায়িত্ব?

June 21, 2026 1:08 pm
মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

মাত্ৰ ১১টা বলতে অৰ্ধশতক! প্ৰতিশোধৰ মেচত বেটিং তাণ্ডৱেৰে বিশ্ব অভিলেখ ‘বিস্ময় বালক’ বৈভৱৰ

June 21, 2026 12:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd