• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী গ্ৰেণ্ডমাষ্টাৰ দবাত ৰাছিয়াৰ প’নকাৰট’ভ পাবেল চেম্পিয়ন

অসমৰ ৰাহুল এছ সিং অন্তিম ২৫ ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2022 8:26 pm
Guwahati Grandmaster Chess
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰণি পৰিল প্ৰথম গুৱাহাটী মুকলি আন্ত: ৰাষ্ট্ৰীয় গ্ৰেণ্ডমাষ্টাৰ দবা প্ৰতিযোগীতাৰ। আজি অন্তিম দিনা প্ৰতিযোগিতাখনৰ চেম্পিয়নৰ খিতাপ অৰ্জন কৰে ছেচ ফেডাৰেশ্যন অফ ৰাছিয়াৰ গ্ৰেণ্ডমাষ্টাৰ প’নকাৰট’ভ পাবেলে(Ponkartove pavel ) ।

ৰাছিয়ান গ্ৰেণ্ডমাষ্টাৰ পাবেলে দশম তথা চূড়ান্ত ৰাউণ্ডত পাৰগুৱেৰ গ্ৰেণ্ডমাষ্টাৰ ডেলগুদু ৰেমিৰেজ নিউৰচক (Delgodo Ramirz Neris) পৰাস্ত কৰি বিজয়ৰ মুকুট পিন্ধে।

Apply Now

আনহাতে প্ৰতিযোগীতা খনৰ দ্বিতীয় খন টপ টেবুলত সমুখ সমৰত অবতীৰ্ণ হৈছিল ইজিপ্তৰ গ্ৰেণ্ডমাষ্টাৰ ফাওজি আধাম( Fawzy Adham ) আৰু ভাৰতীয় ইণ্টাৰনেশ্যানেল মাষ্টাৰ কৃষ্ণা ছি আৰ জি।

আধাম আৰু কৃষ্ণাৰ মাজতে তিনি ঘণ্টাতকৈ অধিক সময় চলা এই তীব্ৰ প্ৰতিদ্বন্দ্বীতাপূৰ্ণ খেল খনত অৱশেষত ভাৰতীয় দবাৰু জনে পৰাজয় বৰণ কৰিব লগা হয়।

এনেদৰে ভাৰতীয় দবাৰু গৰাকী পৰাস্ত কৰি প্ৰতিযোগীতাখনৰ ৰানাৰ্চআপ হয় গ্ৰেণ্ডমাষ্টাৰ আধাম। প্ৰতিযোগীতাখনত তৃতীয় স্থান লাভ কৰে ভাৰতৰ আই এম নিটিশ এছে।

নিটিশে নিজ দেশৰে আন এগৰাকী অভিজ্ঞ দবাৰু কে ৰত্নাকৰণক পৰাভূত কৰে। এই প্ৰতিযোগী খনত অংশ গ্ৰহণ কৰা অসমৰ ৰাহুল এছ সিঙ অন্তিম ২৫ স্থানত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে ছাহিল দেয়ে ৩৫ সংখ্যক স্থান আৰু অসম চেম্পিয়ন শান্তনু বৰপাত্ৰ গোহাঁইয়ে ৬০ সংখ্যক স্থানত লাভ কৰে।

উল্লেখ্য যে এই প্ৰতিযোগীতা খনত অসমৰ কেইবাগৰাকীও তৰুণ দবাৰুৱে উন্নত খেল প্ৰদৰ্শন কৰি কেইবাজনো জি এম আৰু আই এমক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত মায়াঙ্ক চক্ৰবৰ্ত্তী, মৃন্ময় ৰাজখোৱা, আভাচৰম্য হাজৰিকা অন্যতম।

১৪ মাৰ্চলৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰামফুকন ইনড’ৰ ষ্টেডিয়ামত চলা আন্ত:ৰাষ্ট্ৰীয় দবা প্ৰতিযোগীতাৰ বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি আযোজন কৰা হয় এক সামৰণি অনুষ্ঠান।

এই অনুষ্ঠানটোত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰাই মূখ্য অতিথি হিচাপে উপস্থিত থাকি বিজয়ী অৰু বিজিত সকলৰ মাজত বঁটা প্ৰদান কৰে।

সদৌ অসম দবা সন্থাৰ সভাপতি কন্দৰ্প কলিতাই সঞ্চালনা কৰা সভাখনত সুবোধ মল্ল বৰুৱা আৰু বিৰিঞ্চি কুমাৰ শৰ্মাই সম্পাদনা কৰা ‘দবা’ শীৰ্ষক স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়।

স্মৃতি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাসে। উক্ত অনুষ্ঠানটোত উপস্থিত আছিল ভাৰত দবা সন্থাৰ সভাপতি ভৰত সিং চৌহান, বিশিষ্ট সমাজ সেৱক ফনীন্দ্ৰ নাথ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় দবা প্ৰতিযোগীতা খনৰ মুঠ প্ৰাইজমানি আছিল ১৫ লাখ টকা। প্ৰতিযোগীতাৰ চেম্পিয়নক আঢ়ৈ লাখ টকা আৰু ট্ৰফী, বিজিতক দুই লাখ টকা আৰু ট্ৰফী প্ৰদান কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

ভাৰতৰ ভূখণ্ড নিজৰ বুলি দাবী! ২০০ বছৰ পুৰণি চুক্তিৰ কাগজেই বিচাৰি পোৱা নাই নেপালে?

August 14, 2026 7:08 am
কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd