• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ স্বৰূপ উন্মোচন কৰিলে সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
March 25, 2022 1:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ  খাদ্য, যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত ব্যাপক অনিয়ম ঘটি থকাৰ অভিযোগ উত্থাপন কৰিছে সুলভ মূল্যৰ ব্যৱসায়ীসকলে ৷ কেইবা মাহ ধৰি প্ৰাপ্য কমিচনৰ পৰা বঞ্চিত হৈ অহাৰ কথা প্ৰকাশ কৰিছে সুলভ মূল্যৰ ব্যৱসায়ীসকলে ৷ দুধনৈত গোৱালপাৰা জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাৰ সংবাদমেলত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ব্যৱসায়ীসকলে ৷

দুধনৈ পৰিদৰ্শন বঙলাত অনুষ্ঠিত সংবাদমেলত কেইবাটাও অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰে সংগঠনটোৱে ৷
অসমৰ ২ কোটি ৫২ লাখ হিতাধিকাৰীক খাদ্য সুৰক্ষা আঁচনিৰ যোগেদি অন্ন যোগান ধৰি অহা সুলভ মূল্যৰ ব্যৱসায়ীসকলে বিগত কেইবামাহো ধৰি প্ৰাপ্য কমিচনৰ ধন লাভ নকৰাৰ অভিযোগ উঠিছে ৷

Apply Now

২০২০ বৰ্ষৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ কেন্দ্ৰীয় অংশত তিনি লাখৰো অধিক টকাৰ বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগো তোলে সংগঠনটোৱে ৷ জিলা প্ৰশাসনে দুৰ্নীতিকাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আইনৰ সুৰঙাৰে সুৰক্ষা দিয়াৰহে গুৰুতৰ অভিযোগ কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে৷

খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গোৱালপাৰা জিলা বিভাগে ২০২০ আৰু ২০২১ বৰ্ষৰ ভিতৰত ৯ মাহে ৰাজ্যিক অংশ দিবলৈ সক্ষম হোৱা নাই ব্যৱসায়ী সকলক ৷ তাৰোপৰি আঠ মাহ ধৰি ব্যৱসায়ী সকলৰ আইএফচি কোড Fin Assam( বিত্ত বিভাগত ) সঠিক কৰিবলৈ জিলা যোগান বিভাগ ব্যৰ্থ হৈছে বুলিও সংবাদমেলত অভিযোগ কৰা হয়।
গোৱালপাৰা জিলাত যোৱা ২০২১ বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় অংশ ৩,৭৩,৮১,১৯৬ টকা আৰু ২০২২ বৰ্ষৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ নামত মচুৰ দাইল আৰু বুটৰ ট্ৰেন্সপোৰ্ট কমিচন প্ৰায় ২৮,৩০,০৪৪ টকা মোকলাই দিয়াৰ পিছতো জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে ব্যৱসায়ী সকলক সেই ধন মোকলাই দিয়াত ব্যৰ্থ হৈছে ৷ এয়া বিজেপি মিত্ৰজোঁট চৰকাৰৰ এক কলংক বুলি কয় ব্যৱসায়ীসকলে মন্তব্য কৰে ৷

আনহাতে যোগান বিভাগৰ সঞ্চালকৰ দ্বাৰা আৱণ্টিত ২০২০ বৰ্ষৰ জুলাই, আগষ্ট আৰু ছেপ্তেম্বৰ মাহৰ কেন্দ্ৰীয় অংশ ৯০,৯২,১৮৬ টকাৰ কমিচনৰ ধন অন্তৰ্ধান হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে গোৱালপাৰা জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাই ৷ সুলভ মূল্যৰ দোকানী সকলে হিতাধিকাৰীক ১০০ গ্ৰাম চাউল কমকৈ দিলে জে’ললৈ পঠিয়াম বুলি সকিয়নি দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ প্ৰত্যাহ্বান জনায় সংগঠনটোৱে ৷ ৩১ মাৰ্চৰ ভিতৰত প্ৰাপ্য কমিচন নাপালে অনাগত দিনত জিলা সুলভ মূল্য ব্যৱসায়ী সন্থাই অনিৰ্দিষ্ট কাললৈ খাদ্য সুৰক্ষাৰ চাউল তথা সামগ্ৰী সংগ্ৰহ তথা বিতৰণৰ পৰা বিৰত থকাৰ হুংকাৰ দিয়ে ৷

নীলমণি শৰ্মা ,কৃষ্ণাই

নীলমণি শৰ্মা ,কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd