• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিতাধিকাৰীক ভাবুকি প্ৰদানেৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা বিজেপিৰ-আম আদমি পাৰ্টী

উপায়ুক্তৰ কাৰ্যালয়ৰ নাম লৈ ভাবুকি দিয়া বিজেপি কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 16, 2022 4:16 pm
148
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে বিজেপিয়ে হিতাধিকাৰীক ভাবুকিৰে নির্বাচনী বৈতৰণী পাৰ হোৱাৰ অপচেষ্টা চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে।

তেওঁ কয় “চৰকাৰ এখন সকলোৰে বাবে, তাত দল- মতৰ কথা আহি নপৰে। একেদৰে চৰকাৰী আঁচনি একমাত্র দলীয় কৰ্মীৰ বাবে নহয়। চৰকাৰী আঁচনিৰ হিতাধিকাৰী এজনে আন দলৰ প্রার্থীক ভোট দিব পাৰে বা আন দলৰ হৈ নিৰ্বাচনত প্ৰচাৰ কৰিব পাৰে।”

৫২ নং ৱাৰ্ডৰ এগৰাকী মহিলাই বিৰোধী পাৰ্টীৰ হৈ প্ৰচাৰ চলোৱা আৰু তেওঁ হিতাধিকাৰী হোৱাৰ বাবেই বিজেপি কর্মীয়ে অৰুণোদয় আঁচনিৰ পৰা তেওঁৰ নাম কৰ্তন কৰা হ’ব বুলি টেলিফোন যোগে ভাবুকি প্রদান কৰা কাৰ্যক অসাংবিধানিক আৰু গণতন্ত্ৰ বিৰোধী বুলি চৌধুৰীয়ে মন্তব্য কৰে।

খোৱাপানীৰ সমস্যা, কৃত্রিম বান, ৰাস্তা-ঘাটৰ দুৰাৱস্থা, ষ্ট্রীট লাইটকে ধৰি গুৱাহাটীৰ এশ-এবুৰি সমস্যা সঠিকভাৱে সমাধান নকৰি একমাত্র চৰকাৰী আঁচনিত কেলেংকাৰী কৰি নিজৰ পকেট গৰম কৰা বিজেপিয়ে নির্বাচনী বৈতৰণী পাৰ হ’বলৈ এতিয়া ভয়-ভাবুকিৰ আশ্ৰয় লৈছে বুলিও তেওঁ কয়।

এনে ভীতি প্রদর্শনে পৌৰ নিগমৰ নিৰ্বাচনত ডুবন্ত বিজেপিক কোনো প্ৰকাৰে সহায় নকৰে বুলি স্পষ্ট কৰি দিয়ে আপ, অসমে। ৰাইজৰ উন্নতিৰ দিশলৈ পিঠি দি একমাত্র হিতাধিকাৰী সৃষ্টি কৰি গাদী ৰক্ষা কৰি থাকিব পাৰিব বুলি ভাবি থকা বিজেপিক যিমান সোনকালে ক্ষমতাচ্যুত কৰিব, সিমানেই মংগল বুলি তেওঁ পুনৰ উল্লেখ কৰে।

ইফালে আম আদমি পাৰ্টীয়ে কামৰূপ মহানগৰৰ উপায়ুক্তক আহ্বান জনায় যাতে তেওঁৰ কাৰ্যালয়ৰ নাম লৈ হিতাধিকাৰী মহিলাক ভাবুকি প্রদান কৰা বিজেপি কর্মীজনৰ বিৰুদ্ধে অতি সোনকালে বিহিত ব্যৱস্থা গ্রহণ কৰে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd