• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কংগ্ৰেছত যোগদান! তিনিদিনৰ ভিতৰতে দুবাৰকৈ ছোনিয়া গান্ধীক সাক্ষাৎ প্ৰশান্ত কিশোৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 19, 2022 10:56 am
294
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰে সোমবাৰে পুনৰ কংগ্ৰেছৰ অন্তৱৰ্তী সভানেত্ৰী ছোনিয়া গান্ধীক সাক্ষাৎ কৰে। নতুন দিল্লীৰ ১০নং জনপথত থকা নেত্ৰীগৰাকীৰ বাসভৱনত দুয়োগৰাকীয়ে এক বৈঠকত মিলিত হয়।  

যোৱা তিনিদিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে ছোনিয়া গান্ধীৰ সৈতে সাক্ষাৎকৰে প্ৰশান্ত কিশোৰে। ইয়াকেলৈ নিৰ্বাচন ৰণনীতিবিদগৰাকীৰ কংগ্ৰেছত যোগদানৰ সম্ভৱনা আৰু বৃদ্ধি পোৱা দেখা গৈছে।

ইয়াৰ পূৰ্বে যোৱা শনিবাৰে প্ৰশান্ত কিশোৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছিল। উক্ত বৈঠকত তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুত কৰা এক বিস্তৃত ব্লুপ্ৰিন্ট দাঙি ধৰিছিল।

লগতে পঢ়ক: সোঁত বৈছে নিষিদ্ধ বিদ্ৰোহী সংগঠন লৈ! পুনৰ আলফা স্বাধীনত যোগদান উজনিৰ দুই যুৱকৰ

তদুপৰি, শনিবাৰৰ বৈঠকত তেওঁ কংগ্ৰেছে যাতে পৰৱৰ্তী নিৰ্বাচনত ৩৭০খন আসনৰ ওপৰতহে দৃষ্টি দিয়ে তাৰো পৰামৰ্শ দিয়া বুলি জানিব পৰা গৈছে। লগতে তেওঁ কৈছিল যে যিবোৰ ৰাজ্যত কংগ্ৰেছ দ্বিতীয় স্থানত বা শক্তিশালী অৱস্থানত আছে তাত অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা উচিত।

ইয়াৰ মাজতে কালি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল ছোনিয়া গান্ধীৰ বাসভৱনত এখন জৰুৰী বৈঠকত মিলিত হয়। প্ৰশান্ত কিশোৰৰ বিষয়টোলৈ আলোচনা কৰাৰ বাবেই ছোনিয়া গান্ধীয়ে এই বৈঠক আহ্বান কৰা বুলি অনুমান কৰা হৈছে।

এই বৈঠকত প্ৰিয়ংকা গান্ধীৰ উপৰি, কে চি বেণুগোপাল, অম্বিকা ছোনিকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিতি থাকে। বৈঠকৰ পিছতে পুনৰ প্ৰশান্ত কিশোৰক ছোনিয়া গান্ধীৰ বাসভৱনত দেখা যায়।

লগতে পঢ়ক: চলিত মাহতেই অৱসৰ ল’ব নাৰাৱনে; দেশৰ নতুন সেনা প্ৰধান লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

ইয়াৰ পূৰ্বে শনিবাৰে কংগ্ৰেছ নেতা কে চি বেণুগোপালে জানিবলৈ দিছিল যে প্ৰশান্ত কিশোৰৰ ‘প্ৰস্তাৱ’সমূহৰ ওপৰত আলোচনা কৰি এসপ্তাহৰ ভিতৰত দলে চূড়ান্ত সিদ্ধান্ত ল’ব। এতিয়া দলে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd