• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টৰ কমনৱেলথ গেমছত স্বৰ্ণ জয় মেৰীকমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 14, 2018 9:30 am
Mary-Kom-

বক্সাৰ মেৰী কমৰ ফাইল ফটো

135
VIEWS
Share on FacebookShare on Twitter

পাঁচবাৰৰ  বিশ্ব চেম্পিয়ন মণিপুৰৰ বক্সাৰ মেৰীকমে অষ্ট্ৰেলিয়াৰ গ’ল্ড ক’ষ্টত অনুষ্ঠিত হৈ থকা কমনৱেলথ গেমছ ২০১৮’ত শনিবাৰে ৰাতিপুৱা মহিলাৰ ৪৫-৪৮ কি:গ্ৰা: শাখাত স্বৰ্ণ পদক অৰ্জন কৰিছে।

মেৰীকমে তেওঁৰ এই স্বৰ্ণ জয়ৰ যুঁজত তিনিটা ৰাউণ্ডৰ পিছত পৰাজিত কৰে নৰ্দাৰ্ন  আয়াৰলেণ্ডৰ ক্ৰিষ্টিনা অ’ হাৰাক। মেৰীকমৰ এয়া  কমনৱেলথ গেমছত প্ৰথমটো স্বৰ্ণ পদক আৰু তেওঁ প্ৰথমবাৰৰ বাবে এই ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

মেৰীকমৰ এই স্বৰ্ণ পদকটোৰ সৈতে ভাৰতৰ পদকৰ তালিকা ৪৩ টালৈ বৃদ্ধি পালে।

স্বৰ্ণ জয়ৰ পথত তেওঁ প্ৰতিপক্ষ নৰ্দাৰ্ন  আয়াৰলেণ্ডৰ প্ৰতিযোগীগৰাকীক ৫-০ ব্যৱধানত পৰাজিত কৰে।

পাঁচগৰাকী বিচাৰকে তেওঁলোকৰ ৰায় ৩০-২৭, ৩০-২৭, ২৯-২৮, ৩০-২৭, ২০-২৭ হিচাপে তেওঁৰ সপক্ষে দিয়াৰ পিছত ৩৫ বছৰীয়া মেৰীকম বিজয়ী ঘোষিত হয়।

২২ বছৰ বয়সীয়া প্ৰতিপক্ষৰ খেলুৱৈগৰাকীয়ে তিনিওটা ৰাউণ্ডতে মেৰীকমৰ অভিজ্ঞতাৰ আগত প্ৰত্যাক্ৰমণৰ কৌশল প্ৰয়োগত ব্যৰ্থ হৈ পৰে। মেৰীকমে সম্ভাৱ্য সকলো ৰণ-কৌশল প্ৰয়োগ কৰি ক্ৰিষ্টিনাক পৰাভূত কৰে।

অৱশ্যে, চূড়ান্ত ৰাউণ্ডৰ যুঁজত অ’ হাৰাই প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল যদিও সি বিচাৰকক প্ৰভাৱিত কৰিবলৈ যথেষ্ট নাছিল।

ৰিঅ’ অলিম্পিকত যোগ্যতা অৰ্জনত ব্যৰ্থ হোৱাৰ পিছত প্ৰায় পাঁচ মাহ আগতে ভিয়েটনামত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনেৰে দৃষ্টিনন্দনভাৱে ৰিঙলৈ প্ৰত্যাৱৰ্তন কৰিছিল।

ইয়াৰ তিনি মাহ  পিছতে আকৌ মেৰীকমে ইণ্ডিয়া অ’পেন বক্সিং চেম্পিয়নশ্বিপত স্বৰ্ণ লাভ কৰিছিল।

Recent News

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd