• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ সৰবৰাহ চক্ৰৰ ফান্দত অসমৰ মহিলা: পশ্চিমবংগৰ পৰা উদ্ধাৰ ধূপধৰা আৰক্ষীৰ

নীলমণি শৰ্মা, কৃষ্ণাই by নীলমণি শৰ্মা, কৃষ্ণাই
April 25, 2022 10:44 am
human trafficking
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে মোবাইলত চিনাকি৷ তাৰ পিছত প্ৰেম৷ পিছত বিয়াৰ প্ৰলোভনেৰে পশ্চিমবংগত নি বিক্ৰী মহিলাক৷ এইদৰেই মানৱ সৰবৰাহ চক্ৰৰ ফান্দত পৰিছে অসমৰ মহিলা।

অৱশেষত পশ্চিমবংগৰ ইছলামপুৰৰ পৰা সফলতাৰে সুষ্ঠ শৰীৰে অপহৃত মহিলা গৰাকীক উদ্ধাৰ কৰিছে ধূপধৰা আৰক্ষীয়ে৷ ইছলামপুৰৰ সন্দেহজনক “ৰেড লাইট” অঞ্চলৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷

ধূপধৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত এটা অভিযানকাৰী দলে মানৱ সৰবৰাহ চক্ৰৰ কৱলত পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে৷

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসে জানিব দিয়া অনুসৰি ১৭ ফেব্ৰুৱাৰীত ধূপধৰাৰ এখন গাঁৱৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ সম্পৰ্কে আৰক্ষীক অৱগত কৰে পৰিয়ালৰ লোকে৷ তাৰ পিছতে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰে যদিও শুংসূত্ৰ লাভ কৰিব পৰা নাছিল৷

কিছুদিন পিছত মোবাইল ট্ৰেকিঙৰ জৰিয়তে পোৱা তথ্য অনুসৰি ধুবুৰীত মহিলাগৰাকীৰ মোবাইল বন্ধ হৈ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷

পৰৱৰ্তী পৰ্যায়ত প্ৰায় দুমাহৰ অন্তত অনুসন্ধানৰ ভিত্তিত পশ্চিমবংগৰ এক স্থানত মহিলাগৰাকীক আৱদ্ধ কৰি ৰখাৰ পুনৰ খবৰ লাভ কৰে ধূপধৰা আৰক্ষীয়ে৷

যোৱা ১৮ এপ্ৰিলত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ২২ এপ্ৰিল তাৰিখে মহিলাগৰাকীক উদ্ধাৰৰ বাবে পশ্চিমবংগলৈ ৰাওনা হয় ধূপধৰা আৰক্ষীৰ এটা অভিযানকাৰী দল৷

অৱশেষত পশ্চিমবংগৰ ইছলামপুৰৰ এক স্থানৰ পৰা অতি নাটকীয় কৌশলৰে আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত পৰিকল্পিত ভাৱে আৰক্ষী দলটোৱে সুষ্ঠ শৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক৷ ধূপধৰা আৰক্ষীৰ অভিযানকিৰী দলক সহযোগিতা কৰে পশ্চিমবংগ আৰক্ষীয়েও ৷

মহিলা গৰাকীক উদ্ধাৰৰ পিছত মানৱ দেহ সৰবৰাহৰ লগত বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ধূপধৰা আৰক্ষীয়ে৷

নীলমণি শৰ্মা, কৃষ্ণাই

নীলমণি শৰ্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd