• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ সৰবৰাহ চক্ৰৰ ফান্দত অসমৰ মহিলা: পশ্চিমবংগৰ পৰা উদ্ধাৰ ধূপধৰা আৰক্ষীৰ

নীলমণি শৰ্মা, কৃষ্ণাই by নীলমণি শৰ্মা, কৃষ্ণাই
April 25, 2022 10:44 am
human trafficking
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমে মোবাইলত চিনাকি৷ তাৰ পিছত প্ৰেম৷ পিছত বিয়াৰ প্ৰলোভনেৰে পশ্চিমবংগত নি বিক্ৰী মহিলাক৷ এইদৰেই মানৱ সৰবৰাহ চক্ৰৰ ফান্দত পৰিছে অসমৰ মহিলা।

অৱশেষত পশ্চিমবংগৰ ইছলামপুৰৰ পৰা সফলতাৰে সুষ্ঠ শৰীৰে অপহৃত মহিলা গৰাকীক উদ্ধাৰ কৰিছে ধূপধৰা আৰক্ষীয়ে৷ ইছলামপুৰৰ সন্দেহজনক “ৰেড লাইট” অঞ্চলৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷

Apply Now

ধূপধৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত এটা অভিযানকাৰী দলে মানৱ সৰবৰাহ চক্ৰৰ কৱলত পৰা মহিলাগৰাকীক উদ্ধাৰ কৰে৷

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ কুমাৰ দাসে জানিব দিয়া অনুসৰি ১৭ ফেব্ৰুৱাৰীত ধূপধৰাৰ এখন গাঁৱৰ পৰা মহিলাগৰাকী নিৰুদ্দেশ সম্পৰ্কে আৰক্ষীক অৱগত কৰে পৰিয়ালৰ লোকে৷ তাৰ পিছতে আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰে যদিও শুংসূত্ৰ লাভ কৰিব পৰা নাছিল৷

কিছুদিন পিছত মোবাইল ট্ৰেকিঙৰ জৰিয়তে পোৱা তথ্য অনুসৰি ধুবুৰীত মহিলাগৰাকীৰ মোবাইল বন্ধ হৈ থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে৷

পৰৱৰ্তী পৰ্যায়ত প্ৰায় দুমাহৰ অন্তত অনুসন্ধানৰ ভিত্তিত পশ্চিমবংগৰ এক স্থানত মহিলাগৰাকীক আৱদ্ধ কৰি ৰখাৰ পুনৰ খবৰ লাভ কৰে ধূপধৰা আৰক্ষীয়ে৷

যোৱা ১৮ এপ্ৰিলত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত ২২ এপ্ৰিল তাৰিখে মহিলাগৰাকীক উদ্ধাৰৰ বাবে পশ্চিমবংগলৈ ৰাওনা হয় ধূপধৰা আৰক্ষীৰ এটা অভিযানকাৰী দল৷

অৱশেষত পশ্চিমবংগৰ ইছলামপুৰৰ এক স্থানৰ পৰা অতি নাটকীয় কৌশলৰে আৰক্ষী বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত পৰিকল্পিত ভাৱে আৰক্ষী দলটোৱে সুষ্ঠ শৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় মহিলাগৰাকীক৷ ধূপধৰা আৰক্ষীৰ অভিযানকিৰী দলক সহযোগিতা কৰে পশ্চিমবংগ আৰক্ষীয়েও ৷

মহিলা গৰাকীক উদ্ধাৰৰ পিছত মানৱ দেহ সৰবৰাহৰ লগত বৃহৎ চক্ৰ জড়িত থকাৰ সন্দেহত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ধূপধৰা আৰক্ষীয়ে৷

নীলমণি শৰ্মা, কৃষ্ণাই

নীলমণি শৰ্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd