• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেলেনস্কিৰ সৈতে গোপন প্ৰেম পুটিন কন্যা কেটেৰিনাৰ! আছে দুবছৰীয়া সন্তানো; ঘটনাটো কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 22, 2022 2:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ কনিষ্ঠ কন্যা কেটেৰিনা টিখোনোভাই গোপনে জেলেনস্কিৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়িছে। তেওঁলোকক কেইবাবাৰো একেলগে দেখা গৈছে। কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশিত এই প্ৰতিবেদনকলৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। পুটিনে কেতিয়াও তেওঁৰ ব্যক্তিগত জীৱনৰ কথা ৰাজহুৱা কৰা নাই। তেওঁৰ ছোৱালীৰ বিষয়েও বেছি কথা জনা নাযায়।

পুটিনৰ দুগৰাকী কন্যাৰ এগৰাকী হৈছে মাৰিয়া ভোৰোণ্টছোভা। আনগৰাকী হৈছে কেটেৰিনা। যদিও মাৰিয়াৰ বিষয়ে বিশেষ একো জনা নাযায়, কেটেৰিনাই মুকলিভাৱে থাকিবলৈ পছন্দ কৰে।

কেটেৰিনাৰ এগৰাকী বেলে নৃত্যশিল্পী হিচাপেও খ্যাতি আছে। কেটেৰিনা নৃত্যকলৈ বহুত ব্যস্ত থাকে। ২০১৩ চনত কেটেৰিনাই পুটিনৰ বন্ধুৰ পুত্ৰ কিৰিল চামালোক বিয়া কৰায়। কিন্তু সেই সম্পৰ্কটো ২০১৭ চনত ভাঙি যায়।

Apply Now

তাৰ পিছত, বিভিন্ন মাধ্যমত দাবী কৰা হৈছিল যে কেটেৰিনা জাৰ্মানীৰ এগৰাকী বেলে শিল্পীৰ প্ৰেমত পৰিছিল। অৱশ্যে, লগতে এইটোও দাবী কৰা হৈছিল যে এইটো এটা উৰাবাতৰি আছিল। কিন্তু শেহতীয়াকৈ ৰাছিয়াৰ এখন বাতৰি কাকত আইষ্ট’ৰীজ আৰু জাৰ্মান বাতৰি কাকত ডেৰ স্পিগেলে দাবী কৰিছে যে ৩৫ বছৰীয়া কেটেৰিনাই প্ৰায়ে তেওঁৰ প্ৰেমিকক লগ কৰিবলৈ জাৰ্মানীৰ চহৰ মিউনিখ ভ্ৰমণ কৰে।

বাতৰি কাকত দুখনৰ প্ৰতিবেদনত লগতে দাবী কৰা হৈছে যে কেটেৰিনাৰ নতুন প্ৰেমিকৰ নাম হৈছে ইগৰ জেলেনস্কি। মিউনিখত কেটেৰিনা আৰু জেলেনস্কিক কেইবাবাৰো গোপনে লগ পোৱা দেখা গৈছে। জেলেনস্কি পেছাত এজন বেলে শিল্পী। তেওঁ মিউনিখৰ বেলে কোম্পানীৰ এগৰাকী প্ৰাক্তন বিষয়া। প্ৰতিবেদনত কোৱা হৈছে যে কেটেৰিনা আৰু জেলেনস্কিৰ এটি দুবছৰীয়া কন্যা সন্তানো আছে। তাই এতিয়া জেলেনস্কিৰ সৈতে মিউনিখত বাস কৰে।

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে পুটিনৰ জীয়েকৰ নতুন প্ৰেমিকৰ নাম পোহৰলৈ আহিছে। নতুন প্ৰেমিকৰ বিষয়টোলৈ যিমান কৌতূহল আছিল তাতোকৈ প্ৰেমিকৰ নামকলৈ অধিক কৌতূহলৰ সৃষ্টি হৈছিল।

ঘটনাক্ৰমে, ৰাছিয়াৰ শত্ৰু দেশ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ নাম কেটেৰিনাৰ নতুন প্ৰেমিকৰ নামৰ সৈতে মিলি গৈছে। অৱশ্যে এগৰাকী ভলোডিমিৰ জেলেনস্কি আৰু আনগৰাকী হৈছে ইগৰ জেলেনস্কি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd