• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 27, 2022 8:24 pm
181
VIEWS
Share on FacebookShare on Twitter

১৫ কোটি টকাৰে চীনৰ পৰা সংগ্ৰহ কৰা এই ৫০,০০০ পি পি ই কীটৰ হিচাপ এতিয়া মুখ্যমন্ত্ৰীয়ে দিব লাগে।

আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, ২০২০ চনৰ ক’ভিড মহামাৰীয়ে আক্ৰান্ত কৰা আমাৰ ৰাজ্যৰ জনতাক আশা আৰু প্ৰত্যয় জন্মাবলৈ সেই সময়ৰ অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী, বৰ্তমান ৰাজ্যখনৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি প্ৰচাৰ হৈছিল। এনে এক পদক্ষেপ হিচাপে ক’ভিড‌ মহামাৰীৰ লগত যুজ দিবলৈ অত্যাৱশ্যকীয় আহিলা‌ ৰূপে ব্যৱহাৰ হোৱা পিপিই কীট ক্ৰয় কৰাৰ বাতৰিও প্ৰচাৰিত হৈছিল।

এইদৰে চীন দেশৰ পৰা ১৫ কৌটি টকাৰে ৫০০০০ পিপিই কীট ক্ৰয় কৰিছিল বুলি প্ৰচাৰ হৈছিল, আনকি স্বয়ং আজিৰ মূখ্যমন্ত্ৰী জনে তেতিয়া স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে ১৫ এপ্ৰিল ২০২০ তাৰিখে মাজনিশা বিমানবন্দৰত গৈ সেই পিপিই কীট গ্ৰহণ কৰিছিল বুলি কোৱা হৈছিল। কিন্তু আজি আৰ টি আইৰ তথ্যৰ ভিত্তিত সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে সেই সময়ত চীনৰ পৰা সংগ্ৰহ কৰা কোনো পিপিই কীটৰ তথ্য এনএইছএম বিভাগৰ হাতত নাই।

ক’ভিডৰ সময়ত প্ৰয়োজন হোৱা সকলো সামগ্ৰী তথা ঔষধ, মাক্স আদি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যোগেদিয়েই ক্ৰয় কৰা হৈছিল।দুটাকৈ সংবাদ গোষ্ঠীয়ে  প্ৰকাশ কৰা তথ্য যদি সঁচা হয়, তেনেহলে এনে কাৰ্যৰ উচিত তদন্ত হ’ব লাগে আৰু কি চমক সৃষ্টি কৰিবলৈ এনে মিছাৰ আশ্ৰয় কিয় লৈছিল সেয়া স্পষ্ট কৰিব লাগে।

আজিৰ মুখ্যমন্ত্ৰী জনে সেই সময়ৰ স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী হৈ কি শিতানৰ ধনেৰে কোন প্ৰতিষ্ঠানৰ পৰা এই ৫০০০০ পিপিই কীট ক্ৰয় কৰি ক’ত ৰাখিলে আৰু কি কৰিলে সেয়া শ্বেতপত্ৰ প্ৰকাশ কৰি জনাব লাগে। লগতে ক’ভিড কালত হোৱা আয়-ব্যয়ৰ হিচাপ ৰাজহুৱা কৰিবলৈও বৰাই দাবী জনায়।

Recent News

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd