• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 27, 2022 8:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ কোটি টকাৰে চীনৰ পৰা সংগ্ৰহ কৰা এই ৫০,০০০ পি পি ই কীটৰ হিচাপ এতিয়া মুখ্যমন্ত্ৰীয়ে দিব লাগে।

আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই সংবাদ মাধ্যমৰ আগত কয় যে, ২০২০ চনৰ ক’ভিড মহামাৰীয়ে আক্ৰান্ত কৰা আমাৰ ৰাজ্যৰ জনতাক আশা আৰু প্ৰত্যয় জন্মাবলৈ সেই সময়ৰ অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী, বৰ্তমান ৰাজ্যখনৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন পদক্ষেপ হাতত লোৱা বুলি প্ৰচাৰ হৈছিল। এনে এক পদক্ষেপ হিচাপে ক’ভিড‌ মহামাৰীৰ লগত যুজ দিবলৈ অত্যাৱশ্যকীয় আহিলা‌ ৰূপে ব্যৱহাৰ হোৱা পিপিই কীট ক্ৰয় কৰাৰ বাতৰিও প্ৰচাৰিত হৈছিল।

Apply Now

এইদৰে চীন দেশৰ পৰা ১৫ কৌটি টকাৰে ৫০০০০ পিপিই কীট ক্ৰয় কৰিছিল বুলি প্ৰচাৰ হৈছিল, আনকি স্বয়ং আজিৰ মূখ্যমন্ত্ৰী জনে তেতিয়া স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে ১৫ এপ্ৰিল ২০২০ তাৰিখে মাজনিশা বিমানবন্দৰত গৈ সেই পিপিই কীট গ্ৰহণ কৰিছিল বুলি কোৱা হৈছিল। কিন্তু আজি আৰ টি আইৰ তথ্যৰ ভিত্তিত সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে সেই সময়ত চীনৰ পৰা সংগ্ৰহ কৰা কোনো পিপিই কীটৰ তথ্য এনএইছএম বিভাগৰ হাতত নাই।

ক’ভিডৰ সময়ত প্ৰয়োজন হোৱা সকলো সামগ্ৰী তথা ঔষধ, মাক্স আদি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ যোগেদিয়েই ক্ৰয় কৰা হৈছিল।দুটাকৈ সংবাদ গোষ্ঠীয়ে  প্ৰকাশ কৰা তথ্য যদি সঁচা হয়, তেনেহলে এনে কাৰ্যৰ উচিত তদন্ত হ’ব লাগে আৰু কি চমক সৃষ্টি কৰিবলৈ এনে মিছাৰ আশ্ৰয় কিয় লৈছিল সেয়া স্পষ্ট কৰিব লাগে।

আজিৰ মুখ্যমন্ত্ৰী জনে সেই সময়ৰ স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী হৈ কি শিতানৰ ধনেৰে কোন প্ৰতিষ্ঠানৰ পৰা এই ৫০০০০ পিপিই কীট ক্ৰয় কৰি ক’ত ৰাখিলে আৰু কি কৰিলে সেয়া শ্বেতপত্ৰ প্ৰকাশ কৰি জনাব লাগে। লগতে ক’ভিড কালত হোৱা আয়-ব্যয়ৰ হিচাপ ৰাজহুৱা কৰিবলৈও বৰাই দাবী জনায়।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চানমাৰিৰ সহকাৰী আৰক্ষী আয়ুক্ত (এচিপি) প্ৰণামী ভৰদ্বাজ বৰা

প্ৰতিবাদৰ পূৰ্বে নাবালিকাক ভাবুকি দিয়াৰ অভিযোগত বিতৰ্কত অসম আৰক্ষীৰ বিষয়া

July 23, 2026 10:47 pm
ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd