• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্রেই দিছপুৰ মহাবিদ্যালয়ৰ হৰলুকি হোৱা ধন সোমাব একাউন্টত: বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
May 30, 2022 1:15 pm
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে অসম ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলখন সম্বোধন কৰে পৰিষদৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী, উপদেষ্টা নিৰঞ্জন অধিকাৰী আৰু উপ-সভাপতি দেৱজিৎ মজুমদাৰে।

দিছপুৰ মহাবিদ্যালয়ৰ পৰা ৭৬ লাখ টকা হৰলুকি হোৱা ঘটনাত ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি আছে বুলি তেওঁলোকে উল্লেখ কৰে।

এই বিষয়ত ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি দেৱজিৎ মজুমদৰে কয়, “আমাৰ বেংকৰ কৰ্মচাৰীয়ে আৰক্ষীক পূৰ্ণ সহযোগিতা আগবঢ়াই আছে।‘’

Apply Now

লগতে পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাৰ অন্যতম অভিযুক্ত আশ্বিকুল ইছলাম আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত!

‘’টকাখিনি হৰলুকি হৈছে এয়া আমি মানি লৈছো ৷ ইয়াত বেংকৰো দোষ নথকা নহয়৷ কিন্তু দিছপুৰ মহাবিদ্যালয়ে বাৰে বাৰে কৈ আছে যে ‘টকাখিনি চুৰ কৰিছে বেংকে’। এই কথাখিনিত আমি কষ্ট পাইছো কাৰণ বেংকে কেতিয়াও গ্ৰাহকক মাৰিব নুখুজে।‘’

তেওঁ লগতে কয়, ‘’হৰলুকি ঘটনাত যদি বেংকৰ লোক জড়িত আছে তেন্তে তেওঁ শাস্তি পাবই লাগিব ৷ তাত কোনো সন্দেহ নাই।”

তদুপৰি, এই সম্পৰ্কত ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয়, “কোনো এটা পেমেন্ট কৰোতে কিছুমান নিয়ম থাকে৷ পেমেন্ট কৰা সময়ত আমি নিয়ম মতেই কৰিছো। বেংক উদ্যোগৰ পৰিসৰ বৰ্তমান যথেষ্ট বাঢ়ি গৈছে।

লগতে পঢ়ক: আৰক্ষীৰ গুলীত আহত অভিযুক্ত চোৰাং চিকাৰী জাগিৰ; কি ক’লে বিশ্বনাথৰ আৰক্ষী অধীক্ষকে?

দিছপুৰ মহাবিদ্যালয়ক টকাখিনি ঘূৰাই দিবলৈ লোৱা কাৰণ এটাই-এয়া বেংকৰ এটা নৈতিক দায়িত্ব, কাৰণ গ্ৰাহক এজনক বেংকে কেতিয়াও বিপদত পৰিব নিদিয়ে।”

তেওঁ কয় যে এই ঘটনাটো যদি দুষ্ট চক্ৰৰ প্ৰভাৱত পৰা বুলি প্ৰমাণিত হয় তেন্তে বেংকে বীমা কোম্পানীক ক্লেইম কৰিব পাৰিব আৰু হেৰুওৱা টকাখিনি বীমা কোম্পানীয়ে ঘূৰাই দিব৷ সেই বাবেহে দিছপুৰ মহাবিদ্যালয়ক টকা ঘূৰাই দিম বুলি কথা দিছো।

লগতে পঢ়ক: Rajya Sabha polls: ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে; তালিকাত কোন কোন?

আনহাতে, ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা নিৰঞ্জন অধিকাৰীয়ে কয়, “পইচাখিনি কলকাতাৰ বিভিন্ন একাউন্টত সোমোৱাৰ তথ্য লাভ কৰিছো। ইতিমধ্যে ২২.৫০  লাখ টকা আমি ব্লক কৰিছো। অতি সোনকালে সেইখিনি টকা দিছপুৰ মহাবিদ্যালয় একাউন্টত সোমাব।”

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

‘নিউয়ৰ্কৰ ইহুদীসকল এতিয়া নিৰাপদ নহয়!’ ৰাষ্ট্ৰসংঘৰ মজিয়াৰ পৰাই নিউয়ৰ্কৰ মেয়ৰক তীব্ৰ আক্ৰমণ নেতান্যাহুৰ

September 25, 2026 7:22 am
২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd