• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দ্বিতীয় বাৰলৈ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে চিকিৎসক সুকৃতি চৌধুৰীয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 12, 2022 7:50 pm
736
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় বাৰলৈ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে চিকিৎসক সুকৃতি চৌধুৰীয়ে

মৃত্যুৰ পূৰ্বে ফেচবুকত কি কৈ গ’ল শুভাকাংক্ষীক?

বিভিন্ন লেখা মেলাৰে সু নাম অৰ্জন কৰিবলৈ সক্ষম হোৱা তথা পাঠকৰ মন মুহিবলৈ সক্ষম হোৱা চিকিৎসক ডা০ সুকৃতি চৌধুৰী আৰু নাই।

দ্বিতীয় বাৰলৈ কোভিডত আক্ৰান্ত হৈ দেওবাৰে মৃত্যুক আঁকোৱালি ল’লে চিকিৎসক সুকৃতি চৌধুৰীয়ে।

দীৰ্ঘদিন ধৰি চিকিৎসালয়ৰ ICU ত জীৱন মৰণৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে চৌধুৰীয়ে।

মৃত্যুৰ কিছুদিন পূৰ্বে সুকৃতি চৌধুৰীয়ে লিখি থৈ গৈছিল মৰ্মান্তিক ফেচবুক পোষ্ট।

তেওঁ লিখি কৈছিল “নাজানো আৰু কিমান দিন—–ক’ভিদ পুনৰ হ’ল৷
অসুস্থতা বাঢ়ি গৈ আছে— –উশাহ ল’বলৈকো কষ্ট—-কেতিয়াবা যদি নোহোৱা হৈ যাওঁ মোক যেন পাহৰি যায়। এয়াই হাতযোৰ কৰি অনুৰোধ৷ ভাবি ল’ব যে এই নামৰ কাকো লগ পোৱাই নাছিল। মোৰ কোনো শব্দই যদি আপোনাক নুন্যতমো আঘাত কৰিছিল তাৰ বাবে ক্ষমা কৰি দিব৷ ডা° ৰবিৰ সংসাৰখন পুৰ্ণ কৰাৰ আগতেই হয়তো যামগৈ৷ বৰ ডাঙৰ ভুল হৈ গ’ল৷ বেচেৰাক অনাহকতে কষ্ট দিলো। তাক যেন কোনেও একো নকয়৷ সম্ভৱ হ’লে মোৰ অস্থি যেন মৰমৰ পাগলদিয়াত বিসর্জন দিয়া হয়। সম্ভৱ নহ’লে নালাগে৷ মই অকনো বেয়া নাপাওঁ। মোৰ জমা টকা কেইটা অনাথালয়ত ক’ত কেনেকৈ দিয়াটো বিচাৰো সেয়া ডায়েৰীৰ পাতত লিখা আছে।

মোৰ বাবে কোনো শ্ৰাদ্ধৰ আয়োজন নালাগে। নালাগে কোে

স্মৃতি সভা।

জীয়াই থাকোতে যে কোনো এক মুহূৰ্তত মোৰ শব্দবোৰে

আপোনাক চুইছিল কেৱল সেই ক্ষণটোকেই মনত ৰাখিব৷

সদায় ভালে থাকিব৷ মই তৰা হৈ চাই থাকিম আপোনাক।”

মৃত্যুৰ পূৰ্বে জাপানত চিকিৎসক হিচাপে কৰ্মৰত আছিল সুকৃতি চৌধুৰী।

Recent News

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

লোকসভাত গৃহীত ৰাষ্ট্ৰীয় ক্ৰীড়া বিধেয়ক; ভাৰতৰ ক্ৰীড়াক্ষেত্ৰত কি পৰিৱৰ্তন হ’ব?

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

প্ৰিয়জনক কেতিয়া আৰু কিদৰে আগবঢ়াব প্ৰেমৰ প্ৰস্তাৱ : জানো আহক সুফল লাভৰ উপায়

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

অসম সীমান্ত জিলাসমূহৰ পৰা উচ্ছেদ কৰা লোকৰ আই এল পি বাতিল কৰিবলৈ আহ্বান নগা ছাত্ৰ ফেডাৰেচনৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

জেলেনস্কিৰ সৈতে মোদীৰ টেলিফোনিক বাৰ্তালাপ : ৰাছিয়াৰ সৈতে আলোচনাৰ আশ্বাস মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd