• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ্বিতীয় বাৰলৈ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে চিকিৎসক সুকৃতি চৌধুৰীয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
June 12, 2022 7:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয় বাৰলৈ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে চিকিৎসক সুকৃতি চৌধুৰীয়ে

মৃত্যুৰ পূৰ্বে ফেচবুকত কি কৈ গ’ল শুভাকাংক্ষীক?

Apply Now

বিভিন্ন লেখা মেলাৰে সু নাম অৰ্জন কৰিবলৈ সক্ষম হোৱা তথা পাঠকৰ মন মুহিবলৈ সক্ষম হোৱা চিকিৎসক ডা০ সুকৃতি চৌধুৰী আৰু নাই।

দ্বিতীয় বাৰলৈ কোভিডত আক্ৰান্ত হৈ দেওবাৰে মৃত্যুক আঁকোৱালি ল’লে চিকিৎসক সুকৃতি চৌধুৰীয়ে।

দীৰ্ঘদিন ধৰি চিকিৎসালয়ৰ ICU ত জীৱন মৰণৰে যুঁজি অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে চৌধুৰীয়ে।

মৃত্যুৰ কিছুদিন পূৰ্বে সুকৃতি চৌধুৰীয়ে লিখি থৈ গৈছিল মৰ্মান্তিক ফেচবুক পোষ্ট।

তেওঁ লিখি কৈছিল “নাজানো আৰু কিমান দিন—–ক’ভিদ পুনৰ হ’ল৷
অসুস্থতা বাঢ়ি গৈ আছে— –উশাহ ল’বলৈকো কষ্ট—-কেতিয়াবা যদি নোহোৱা হৈ যাওঁ মোক যেন পাহৰি যায়। এয়াই হাতযোৰ কৰি অনুৰোধ৷ ভাবি ল’ব যে এই নামৰ কাকো লগ পোৱাই নাছিল। মোৰ কোনো শব্দই যদি আপোনাক নুন্যতমো আঘাত কৰিছিল তাৰ বাবে ক্ষমা কৰি দিব৷ ডা° ৰবিৰ সংসাৰখন পুৰ্ণ কৰাৰ আগতেই হয়তো যামগৈ৷ বৰ ডাঙৰ ভুল হৈ গ’ল৷ বেচেৰাক অনাহকতে কষ্ট দিলো। তাক যেন কোনেও একো নকয়৷ সম্ভৱ হ’লে মোৰ অস্থি যেন মৰমৰ পাগলদিয়াত বিসর্জন দিয়া হয়। সম্ভৱ নহ’লে নালাগে৷ মই অকনো বেয়া নাপাওঁ। মোৰ জমা টকা কেইটা অনাথালয়ত ক’ত কেনেকৈ দিয়াটো বিচাৰো সেয়া ডায়েৰীৰ পাতত লিখা আছে।

মোৰ বাবে কোনো শ্ৰাদ্ধৰ আয়োজন নালাগে। নালাগে কোে

স্মৃতি সভা।

জীয়াই থাকোতে যে কোনো এক মুহূৰ্তত মোৰ শব্দবোৰে

আপোনাক চুইছিল কেৱল সেই ক্ষণটোকেই মনত ৰাখিব৷

সদায় ভালে থাকিব৷ মই তৰা হৈ চাই থাকিম আপোনাক।”

মৃত্যুৰ পূৰ্বে জাপানত চিকিৎসক হিচাপে কৰ্মৰত আছিল সুকৃতি চৌধুৰী।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

ৰাম মন্দিৰৰ দানপাত্ৰত চুৰি কাৰ্যকলৈ আৰ এছ এছৰ প্ৰতিক্ৰিয়া, দোষীক কঠোৰ শাস্তিৰ দাবী

July 3, 2026 6:24 pm
বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

বিদ্যালয়ৰ ওচৰত আৰু বিক্ৰী নহ’ব ষ্টিং আদি এনাৰ্জি ড্ৰিংকছ, মহাৰাষ্ট্ৰ চৰকাৰৰ কঠোৰ সিদ্ধান্ত

July 3, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd