• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পাঁচ বছৰে বন্দী হৈ থকা ২০ ভাৰতীয় মাছমৰীয়াক মুকলি পাকিস্তানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 21, 2022 10:34 am
India Pakistan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত-পাকিস্তানৰ মাজত ধাৰাবাহিকভাৱে চলি অহা ৰাজনৈতিক শত্ৰুতাৰ মাজতো সদিচ্ছাৰ অঙ্গীকাৰ কৰি পাকিস্তান চৰকাৰে দেশখনত বন্দী হৈ থকা ২০ গৰাকী ভাৰতীয় মাছমৰীয়াক মুকলি কৰি দিছে। সোমবাৰে সন্ধিয়া সদ্য মুক্তিপ্ৰাপ্ত মাছমৰীয়া কেইজন ৱাঘা সীমান্ত পাৰ হৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে।

গুজৰাট উপকূলৰ এই মাছমৰীয়া সকল পাকিস্তানৰ জলসীমাত অবৈধভাৱে মাছ ধৰাৰ অভিযোগত যোৱা পাঁচ বছৰ ধৰি কৰাচীৰ লেণ্ডি অঞ্চলৰ মালিৰ জিলা কাৰাগাৰত বন্দী হৈ আছিল।

Apply Now

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে এক বিবৃতিত কয় যে এই মাছমৰীয়াসকলক ৱাঘা সীমান্তৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰা হৈছে। মুক্তি প্ৰাপ্ত মাছমৰীয়াসকলে ইতিমধ্যে তেওঁলোকৰ শাস্তি সম্পূৰ্ণ কৰিছে বুলি বিবৃতিটোত লগতে উল্লেখ কৰা হৈছে।

“বন্দীসকলৰ সমস্যাৰ মানৱীয় প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰেও একে স্থিতিৰ প্ৰতিদান দিব বুলি পাকিস্তান চৰকাৰে আশা কৰিছে।”- বিবৃতিটোত এইদৰে কোৱা হৈছে।

পাকিস্তানৰ এগৰাকী ৰেঞ্জাৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি দেওবাৰে সিন্ধু প্ৰদেশৰ মালিৰৰ জিলা কাৰাগাৰৰ পৰা মুকলি কৰা ২০ জন ভাৰতীয় মাছমৰীয়াক এখন বিশেষ বাছেৰে লাহোৰলৈ অনা হয় আৰু সোমবাৰে ৱাঘা সীমান্তত তেওঁলোকক খাদ্য, নতুন কাপোৰ আৰু ৫০০০ পাকিস্তানী টকা প্ৰদান কৰা হৈছিল।

সকলো চৰকাৰী নীতি নিয়ম সম্পাদন কৰাৰ পিছত তেওঁলোকক ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) হাতত গতাই দিয়া হয় বুলি তেওঁ লগতে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

উল্লেখ্য যে পাকিস্তান আৰু ভাৰতৰ মাজত সামুদ্ৰিক সীমা উলংঘা কৰাৰ বাবে নিয়মীয়াকৈ দেশ দুখনৰ মাছমৰীয়াসকলক গ্ৰেপ্তাৰ কৰা হয়। এই লৈ দেশ দুখ দুখনৰ মাজত প্ৰায়ে বিবাদৰো সৃষ্টি হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd